• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2025 10:28 pm
ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওমৰ খালিদ, শ্বাৰ্জিল ইমাম আৰু আন আঠজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা প্ৰকাশ ৰাজে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে, “কৰুণ… অন্যায়… আপোচ কৰা… ন্যায়ক উপহাস। ইতিহাসে এই কথা কেতিয়াও ক্ষমা নকৰে।”

এই অন্যায়ৰ বিৰুদ্ধে আমি আমাৰ যুঁজ অব্যাহত ৰাখিব লাগিব আৰু ওমৰ খালিদ আৰু সকলো ৰাজনৈতিক বন্দীৰ সৈতে থিয় দিব লাগিব।’

মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নবীন চাওলা আৰু ন্যায়াধীশ শলিন্দৰ কৌৰৰ বিচাৰপীঠে ওমৰ খালিদ, শ্বাৰ্জিল ইমাম আৰু আন আঠজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰে।এই আবেদনসমূহ ২০২০ চনৰ দিল্লী দাঙ্গাৰ সৈতে জড়িত আছিল। অভিযোগ উত্থাপন হৈছে যে দিল্লী দাঙ্গা ‘বৃহৎ ষড়যন্ত্ৰ’ৰ অংশ আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

September 3, 2025 2:03 pm
মাৰ্ঘেৰিটাত নিখোজ দুগৰাকী কিশোৰী! সহায়ৰ  আবেদন পৰিয়ালৰ

মাৰ্ঘেৰিটাত নিখোজ দুগৰাকী কিশোৰী! সহায়ৰ আবেদন পৰিয়ালৰ

September 3, 2025 1:53 pm
ডিমা হাছাও ভূমি বিবাদ: ভূমি আবণ্টনৰ বিৰোধিতা কৰা বাবে ৬ জনকৈ গাঁওবাসীক গ্ৰেপ্তাৰ

ডিমা হাছাও ভূমি বিবাদ: ভূমি আবণ্টনৰ বিৰোধিতা কৰা বাবে ৬ জনকৈ গাঁওবাসীক গ্ৰেপ্তাৰ

September 3, 2025 1:20 pm
কেন্দ্ৰই শক্তিশালী কৰিলে বিদেশী ন্যায়াধিকৰণক! লাভ কাৰিলে পোনপটীয়াকৈ আটক কৰাৰ ক্ষমতা

কেন্দ্ৰই শক্তিশালী কৰিলে বিদেশী ন্যায়াধিকৰণক! লাভ কাৰিলে পোনপটীয়াকৈ আটক কৰাৰ ক্ষমতা

September 3, 2025 12:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

September 3, 2025 2:03 pm
মাৰ্ঘেৰিটাত নিখোজ দুগৰাকী কিশোৰী! সহায়ৰ  আবেদন পৰিয়ালৰ

মাৰ্ঘেৰিটাত নিখোজ দুগৰাকী কিশোৰী! সহায়ৰ আবেদন পৰিয়ালৰ

September 3, 2025 1:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd