• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পি এইচ ডি-ৰ নামভৰ্তিত সংৰক্ষণৰ নিয়ম উলংঘা! জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যৰ বিৰুদ্ধে জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 7:52 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিতৰ্কত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য এম জগদীশ কুমাৰ। এইবাৰ পি এইচ ডি নামভৰ্তিত সংৰক্ষণৰ নিয়ম মানি নচলাৰ অভিযোগ। যাৰ বাবে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে জেএনইউৰ উপাচাৰ্যলৈ জাননী প্ৰেৰণ কৰিছে।

শেহতীয়াকৈ জে এন ইউৰ এগৰাকী গৱেষক ছাত্ৰ ৰাখোহৰী বাগে ২০২১-২২ শিক্ষাবৰ্ষৰ নামভৰ্তি পৰীক্ষাত সংৰক্ষণ নীতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে সেই সময়ত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সাক্ষাৎকাৰৰ বাবে মাতি অনা নাছিল। অৱশ্যে তেওঁলোকৰ বহুতেই সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীতকৈ বেছি নম্বৰ লাভ কৰিছিল। তেওঁ আৰু অভিযোগ কৰে যে পি এইচ ডি নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত নিয়ম উলংঘা কৰি মৌখিক পৰীক্ষাত সুযোগ পোৱা সাধাৰণ শ্ৰেণীৰ কাট অফ নম্বৰ বিভিন্ন সংৰক্ষিত শ্ৰেণীৰ তুলনাত কম ৰখা হৈছিল। গৱেষক ছাত্ৰজনৰ পৰা এই অভিযোগ পোৱাৰ পিছত এন চি এছ চিয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ জাননী প্ৰেৰণ কৰে। দেশৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ক নামভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভত উত্থাপিত অভিযোগ সন্দৰ্ভত বিতং তথ্য দি ১৫ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। নিয়ম উলংঘাৰ এই অভিযোগসমূহৰ বিষয়ে জে এন ইউয়ে অৱগত নেকি, আৰু যদি জানে তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও প্ৰশ্ন কৰিছে। আনহাতে এন চি এছ চিয়ে সময়মতে সঁহাৰি নোপোৱাত অধিক ব্যৱস্থা লোৱাৰ সকীয়াই দিছে৷

Apply Now

২০১৬ চনৰ পৰা ২০২২ চনলৈ এম জগদীশ কুমাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ছবছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পৰাই তেওঁ ইউ জি চিৰ অধ্যক্ষ পদত পদোন্নতি লাভ কৰে। তিনি বছৰতকৈও অধিক সময় তেওঁ এই পদত অধিষ্ঠিত হৈছিল। তেওঁৰ কাৰ্যকালত জে এন ইউয়ে বাৰে বাৰে শিৰোনাম দখল কৰিছিল। ২০১৬ চনত দায়িত্ব লোৱাৰ দুসপ্তাহৰ ভিতৰতে জে এন ইউত দেশদ্ৰোহৰ অভিযোগ উত্থাপন হয়। তেতিয়াৰ ছাত্ৰ সন্থাৰ সভাপতি কানহাইয়া কুমাৰ আৰু উমৰ খালিদক গ্ৰেপ্তাৰ কৰা হয়। সেই বছৰতে জেএনইউৰ পৰা নিৰুদ্দেশ হোৱা নাজিব আহমেদক আজিলৈকে কোনো সন্ধান পোৱা নাই। ২০২০ চনৰ আৰম্ভণিতে বাওঁপন্থী আৰু সাধাৰণ ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সন্থাৰ নেতৃত্বৰ ওপৰত এবিভিপিৰ আক্ৰমণ সংঘটিত হৈছিল। দুষ্কৃতিকাৰীৰ প্ৰহাৰৰ ফলত মূৰত আঘাতপ্ৰাপ্ত হয় তেতিয়াৰ ছাত্ৰ সন্থাৰ সভাপতি ঐষী ঘোষ। প্ৰতিবাৰেই সোঁপন্থীৰ হৈ এম জগদীশ কুমাৰৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ নিজৰ কাৰ্যকালত অনিয়মৰ অভিযোগ উত্থাপন কৰা ছাত্ৰজন এবিভিপিৰ সমৰ্থক হিচাপেও পৰিচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd