• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 6:59 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু মণিপুৰ চৰকাৰে বুধবাৰে (৩ ছেপ্টেম্বৰ, ২০২৫) কুকি-জো বিদ্ৰোহী গোটৰ সৈতে “পুনৰ আলোচনা চৰ্ত আৰু ভিত্তি নিয়ম”ৰ সৈতে চাচপেনচন অৱ অপাৰেচন (SoO) চুক্তিত স্বাক্ষৰ কৰে।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ কিছুদিন পূৰ্বে এই শান্তি চুক্তি স্বাক্ষৰ হৈছে, এই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ হৈছে ২০২৩ চনৰ ৩ মে’ত ৰাজ্যখনত কুকি-জো আৰু মেইটেই জনগোষ্ঠীৰ মাজত জাতিগত হিংসাৰ সৃষ্টি হোৱাৰ পিছত তেওঁৰ প্ৰথম ভ্ৰমণ।

Apply Now

লগতে নিৰাপত্তা বাহিনীয়ে কেডাৰৰ ভেৰিফিকেচন চলাব আৰু বিদেশী নাগৰিক যদি আছে তেন্তে ডি-লিষ্ট কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। চৰকাৰী এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, চিনাক্ত হ’লে বিদেশী নাগৰিকক বিতাড়িত কৰা হ’ব। সংশোধিত ভূমি নিয়মত মণিপুৰৰ ভূখণ্ডীয় অখণ্ডতা আৰু বিদ্ৰোহী গোটৰ দ্বাৰা পৰিচালিত শিবিৰসমূহ স্থানান্তৰকৰণৰ কথা পুনৰবাৰ উল্লেখ কৰা হৈছে।

SoO গোটসমূহে পৃথক প্ৰশাসন বা বিধায়িনী দলৰ সৈতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী ত্যাগ কৰিছে নেকি বুলি সোধাত স্বাক্ষৰকাৰীসকলৰ অন্যতম কুকি নেচনেল অৰ্গেনাইজেশ্যন (কে এন অ’)ৰ মুখপাত্ৰ ছেইলেন হাওকিপে ৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য হিন্দুক কয়, “যদিও চুক্তিখনে মণিপুৰৰ ভূখণ্ডীয় অখণ্ডতাৰ কথা কয়, তথাপিও ইয়াত ভাৰতৰ সংবিধানৰ ভিতৰত ৰাজনৈতিক বন্দোবস্তৰ কথাও উল্লেখ কৰা হৈছে। সংবিধানত এখন জিলা নহয়, দেশৰ অখণ্ডতাৰ কথা কোৱা হৈছে বা এখন ৰাজ্য।” তেওঁ লগতে কয় যে “ভাৰতীয় সংবিধানৰ ভিতৰত আলোচনাৰ জৰিয়তে ৰাজনৈতিক নিষ্পত্তি” চুক্তিখনত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ ২০০৮ চনৰ পাঠ্যত মণিপুৰত টেৰিটৰিয়েল কাউন্সিলৰ দাবী আছিল।

২০২৩ চনৰ ৩ মে’ৰ পূৰ্বে SoO গোটসমূহে মণিপুৰৰ ভিতৰত স্বায়ত্তশাসিত টেৰিটৰিয়েল কাউন্সিলৰ দাবী জনাইছিল যদিও হিংসাৰ পিছত দাবী সলনি হৈছিল।

নাগৰিক সমাজৰ সংগঠনৰ সংঘবদ্ধ কুকি-জো কাউন্সিলে (কেজেডচি) কাংপকপি জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ-২ (ইম্ফল-ডিমাপুৰ) মুকলি কৰিবলৈ সন্মত হৈছে “যাত্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুক্ত চলাচলৰ বাবে” বুলি মন্ত্ৰালয়ে জনায়।

মেইটেই জনগোষ্ঠীৰ বাসস্থান ইম্ফল উপত্যকাক নাগালেণ্ড আৰু অসমৰ সৈতে সংযোগ কৰাৰ মূল চাবিকাঠি তথা অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য সামগ্ৰীৰ যোগানৰ বাবে জটিল এই ঘাইপথটো মেইটেই জনগোষ্ঠীৰ আন্দোলনৰ বাবে বিগত দুবছৰ ধৰি বন্ধ হৈ আছে।

কিন্তু কেজেডচিয়ে কয় যে ঘাইপথটো কেতিয়াও অৱৰোধ কৰা হোৱা নাই আৰু যাতায়তৰ বাবে আৰু অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ বাবেও মুকলি হৈ আছে।

গৃহ মন্ত্ৰালয়ে কয় যে, বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়, মণিপুৰ চৰকাৰ, আৰু কে এন অ’ আৰু ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউ পি এফ)ৰ প্ৰতিনিধিৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।

মন্ত্ৰালয়ে কয়, ‘কে এন অ’ আৰু ইউ পি এফে সংঘাতৰ দুৰ্বল অঞ্চলৰ পৰা আঁতৰত ৭টা নিৰ্দিষ্ট শিবিৰ স্থানান্তৰিত কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰিছে।নিৰ্দিষ্ট শিবিৰৰ সংখ্যা হ্ৰাস কৰা।নিকটতম চি আৰ পি এফ/বি এছ এফৰ শিবিৰৰ সৈতে অস্ত্ৰ-শস্ত্ৰ স্থানান্তৰ কৰা।’

ইয়াৰ পৰা এটা যৌথ নিৰীক্ষণ গোটে ভিত্তি নিয়ম বলবৎ কৰাটো নিবিড়ভাৱে নিৰীক্ষণ কৰিব, আৰু ভৱিষ্যতে SoO চুক্তিৰ পৰ্যালোচনাকে ধৰি উলংঘাৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd