• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 8:33 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আইচিচিৰ মহিলাৰ এদিনীয়া বিশ্বকাপ। এইবাৰ বিশ্বকাপৰ আয়োজক দেশ ভাৰত। গুৱাহাটীত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। অৱশ্যে পাকিস্তানে তেওঁলোকৰ সকলো খেল শ্ৰীলংকাত খেলিব। শ্ৰেয়া ঘোষালে উদ্বোধনী অনুষ্ঠানত গান গাব। ইপিনে, ষ্টেডিয়াম দৰ্শকেৰে ভৰাই তোলাৰ বাবে আইচিচিয়ে ডাঙৰ সিদ্ধান্ত লৈছে।

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা আই পি এলৰ অন্তিম ছিজনৰ উদ্বোধনী অনুষ্ঠানতো শ্ৰেয়াই গীত গাইছিল। এইবাৰ বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানতো দেখা যাব শ্ৰেয়াক। এইবাৰৰ বিশ্বকাপৰ বাবে ‘ব্ৰিং ইট হোম’ গীতটোও গাইছে শ্ৰেয়াই। ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ সুযোগ আছে। এইবাৰৰ গীতটো তেওঁলোকক সেই বাৰ্তা দিবলৈ ৰচনা কৰা হৈছে।

Apply Now

ভাৰতীয় ষ্টেডিয়ামত বিশ্বকাপৰ খেলৰ টিকটৰ নূন্যতম মূল্য ১০০ টকা ৰখা হৈছে। আই চি চিৰ এই সিদ্ধান্তৰ আঁৰত এটা কাৰণ আছে। এতিয়া মহিলাৰ মেচবোৰত যথেষ্ট উপস্থিত থাকে। ভাৰতীয় ষ্টেডিয়ামতো সেয়া দেখা যায়। বিশ্বকাপৰ খেলত যাতে এখনো আসন খালী হৈ নাথাকে সেয়া আইচিচিয়ে বিচাৰে। সেইবাবেই টিকটৰ দাম কম ৰখা হৈছে।

এইবাৰ দুটা পৰ্যায়ত হ’ব টিকট বিক্ৰী। প্ৰথম পৰ্যায়ত ৪ ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ পৰা টিকট বিক্ৰী আৰম্ভ হৈছে । ৮ ছেপ্টেম্বৰলৈকে অনলাইনযোগে বিক্ৰী চলি থাকিব। এই সময়ছোৱাত নূন্যতম ১০০ টকাত টিকট ক্ৰয় কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ত ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। কিন্তু সৰ্বোচ্চ ক্ৰিকেট শাসক সংস্থাই তেতিয়া টিকটৰ নূন্যতম মূল্য কিমান হ’ব সেই কথা কোৱা নাই।

১২ বছৰৰ পাছত পুনৰ ভাৰতৰ মাটিত অনুষ্ঠিত হৈছে মহিলা বিশ্বকাপ। এইবাৰ ভাৰতৰ চাৰিখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ। গুৱাহাটীৰ উপৰিও ইন্দোৰ, বিশাখাপট্টনম আৰু নৱী মুম্বাইত খেল হ’ব। ইয়াৰ পূৰ্বে বেংগালুৰুত বিশ্বকাপ উদ্বোধন হোৱাৰ কথা আছিল। কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আই পি এল বিজয় উদযাপনৰ সময়ত ১১ জন লোকৰ ভয়াবহ মৃত্যুৰ পিছত মেচখন বেংগালুৰুৰ পৰা স্থানান্তৰিত কৰা হয়।

এইবাৰৰ বিশ্বকাপৰ পূর্বে প্রস্তুতিৰ কোনো সুৰুঙা এৰিব নিবিচাৰে ভাৰতে৷ বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক ছিৰিজ খেলিব। ইতিমধ্যে হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনাহঁতৰ বিশাখাপট্টনমত শিবিৰ আৰম্ভ হৈছে। ভাৰতীয় দলটোৱে তাতেই বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd