• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 2:15 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’বলৈ গ’লে যেন সপোনৰ আৰম্ভণি। এদিনীয়া ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ মেথিউ ব্ৰিট্জকেৰ বেটিং যেন অপ্ৰতিৰোধ্য। প্ৰটিয়াছৰ মিডল অৰ্ডাৰ বেটছমেনগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে কেৰিয়াৰৰ পঞ্চমখন এদিনীয়াতো পুনৰবাৰ অৰ্ধশতক অৰ্জন কৰে।

ব্ৰিট্জকেৰ বেটিং আৰু নন্দ্ৰে বাৰ্গাৰৰ বলিঙৰ ওপৰত নিৰ্ভৰ কৰি দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়খন এদিনীয়াত ৫ ৰাণত জয়লাভ কৰে। এই জয়েৰে প্ৰটিয়াছে শৃংখলাও দখল কৰে। নিজৰ কেৰিয়াৰৰ প্ৰথম পাঁচখন এদিনীয়াতে অৰ্ধশতক অৰ্জন কৰা ইতিহাসৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ব্ৰিট্জকে।

Apply Now

প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৮ উইকেটত ৩৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ইংলেণ্ডৰ ইনিংছ ৯ উইকেটত ৩২৫ ৰানত অল আউট হয়। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত মেথিউ ব্ৰিটজকে ১০০ ষ্ট্ৰাইক ৰেটত ৮৫ ৰানৰ ইনিংছ খেলে। তাৰ পাছত নন্দ্ৰে বাৰ্গাৰে বলিঙেৰে তিনিটা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ অ’পেনাৰ দুগৰাকী ৰিয়ান ৰিকলটন আৰু আইডেন মাৰ্ক্ৰামে আকৌ এবাৰ ভাল আৰম্ভণি কৰে। আজি অৱশ্যে মাৰ্ক্ৰামে অলপ ৰক্ষণাত্মকভাৱে খেলে, ৰিকলটনে আক্ৰমণাত্মকভাৱে বেটিং কৰে। কিন্তু ৰিকলটন ৩৫ ৰানত আউট হোৱাৰ পিছত মাৰ্ক্ৰামেও বেছি সময় টিকিব নোৱাৰিলে। তেওঁ ৪৯ ৰানত আউট হয়। অধিনায়ক টেম্বা বাভুমাই মাত্ৰ চাৰিটা ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছতে ব্ৰিট্জকে আৰু ট্ৰিষ্টান ষ্টাবছে শক্তিশালী পাৰ্টনাৰশ্বিপেৰে দলটোৰ ইনিংছ আগুৱাই লৈ যায়। অৱশ্যে আৰ্চাৰে শতাধিক ৰানৰ পাৰ্টনাৰশ্বিপটো ভংগ কৰে। তেওঁ ব্ৰিট্জকেক এটা নিখুঁত য়ৰ্কাৰৰে ঘূৰাই পঠিয়ায়। অৱশ্যে ব্ৰিট্জকে একেৰাহে পাঁচখন এদিনীয়াত অৰ্ধশতকৰ সীমা অতিক্ৰম কৰা প্ৰথমজন বেটছমেন হিচাপে ইতিহাস ৰচনা কৰে।

ষ্টাবছেও এক আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰে। কিন্তু ডিৱাল্ড ব্ৰুইছৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ৫৮ ৰানত ৰান আউট হয়। শেষৰ ফালে ব্ৰুইছৰ ৪২ আৰু কৰ্বিন বছৰ ৩২ ৰাণে দক্ষিণ আফ্ৰিকাক ডাঙৰ স্ক’ৰ কৰিবলৈ সহায় কৰে। জোফ্ৰা আৰ্চাৰে ৪ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে আৰম্ভণি কৰিয়েই বিপৰ্যয়ৰ সন্মুখীন হয়। যোৱা মেচখনত দলটোৰ একমাত্ৰ অৰ্ধশতৰাণকাৰী বেটছমেন জেমী স্মিথক বাৰ্গাৰে প্ৰথম বলটোতে ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়ায়। আন এজন অ’পেনাৰ বেন ডাকেটেও ১৪ ৰানত আউট হয়।

অৱশ্যে দলটোৰ অভিজ্ঞ বেটছমেন জো ৰুট আৰু যুৱ বেটাৰ জেকব বেথেলে উভতি ধৰে। দুয়োজনে অৰ্ধশতকৰ সীমা অতিক্ৰম কৰে। ৰুট আৰু বেথেলে ক্ৰমে ৬১ আৰু ৫৮ ৰানৰ ইনিংছ খেলে। তাৰ পাছত নিজৰ দুৰ্বল ফৰ্মৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা জোছ বাটলাৰেও এক দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে।

কিন্তু ইংলেণ্ডে দ্ৰুত ক্ৰমশঃ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ দিশে আগবাঢ়ে। ৩১৩ ৰানত ৯ উইকেট পৰে। এনে পৰিস্থিতিত যেতিয়া ইংলেণ্ডৰ অনুৰাগীয়ে জয়ৰ সকলো আশা এৰি দিছিল, তেতিয়া আৰ্চাৰে নিজৰ বেটিং দক্ষতা দেখুৱাইছিল। বেটেৰে এটাৰ পিছত এটাকৈ ডাঙৰ শ্বট মাৰে। কিন্তু শেষত তেওঁৰ ২৭ ৰানৰ অপৰাজিত ইনিংছটো দলটোক জয়ী কৰিবলৈ যথেষ্ট নহ’ল।

১৯৯৮ চনৰ পিছত ইংলেণ্ডৰ মাটিত দ্বিপাক্ষিক শৃংখলাত প্ৰথমবাৰৰ বাবে ইংলেণ্ডক পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাই। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পিছত  লৰ্ডছত মধুৰ প্ৰত্যাৱৰ্তন ঘটিল প্ৰটিয়াছ বাহিনীৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd