• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 11:38 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কীৰ পুত্ৰ কিম এৰিছে তেওঁৰ শাৰীৰিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

তেওঁ কয় যে ৮০ বছৰীয়া ছু কি গুৰুতৰভাৱে অসুস্থ। তেওঁৰ হৃদযন্ত্ৰৰ অৱস্থা মাৰাত্মক ৰূপ ধাৰণ কৰিছে আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজন হৈছে।

লণ্ডনৰ পৰা ৰয়টাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এৰিছে কয় যে, “সঠিক চিকিৎসকৰ পৰীক্ষা অবিহনে তেওঁৰ হৃদযন্ত্ৰৰ অৱস্থা জনাৰ কোনো উপায় নাই। মই অতি চিন্তিত। আনকি তেওঁ জীয়াই আছে নে নাই সেইটোও পৰীক্ষা কৰি চোৱাৰ কোনো উপায় নাই।”

কিম এৰিছে ম্যানমাৰৰ সামৰিক চৰকাৰক আহ্বান জনাইছে যে তেওঁৰ মাতৃক তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়াব লাগে, বিশেষকৈ বাহিৰৰ পৰা অভিজ্ঞ হৃদৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব লাগে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছত কাৰাগাৰত কটাই অহা ছ্যু কীক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অভিযোগত মুঠ ৩৩ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

মাতৃৰ জীৱনৰ সংকটৰ ওপৰত আলোকপাত কৰি কিম এৰিছে আন্তঃৰাষ্ট্ৰীয় সমাজক ক্ষিপ্ৰতাৰে হস্তক্ষেপ কৰি ছ্যু কীৰ মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। একে সময়তে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনেও ছ্যু কীৰ কাৰাবাসৰ অমানৱীয় অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

September 6, 2025 12:27 pm
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

September 6, 2025 11:38 am
পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

September 6, 2025 11:18 am
কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

September 6, 2025 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণৰ অধিসূচনা জাৰি কৰিলে অসম চৰকাৰে

September 6, 2025 12:27 pm
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

September 6, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd