• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2025 10:32 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন এখন গ্ৰেণ্ড শ্লেমৰ ফাইনেল। আকৌ এবাৰ জানিক ছিনাৰ আৰু কাৰ্লোছ আলকাৰাজৰ সন্মুখ সমৰ। এই ছবিখন এতিয়া ক্ৰীড়াপ্ৰেমীৰ বাবে চিনাকি হৈ পৰিছে। আনকি নোভাক জ’কভিচেও সেইটো সলনি কৰিব নোৱাৰিলে।

আৰু এটা কথা যিটো সলনি নহ’ল – কাৰ্লোছ আলকাৰাজৰ হাতত জানিক ছিনাৰৰ আত্মসমৰ্পন। এই ২২ বছৰীয়া স্পেনিছ টেনিছ তাৰকাগৰাকীয়ে ইউ এছ অ’পেনৰ ফাইনেলত শেষ হাঁহি মাৰিলে। চাৰি ছেটৰ যুঁজত ছিনাৰক পৰাস্ত কৰি আলকাৰাজে ইউ এছ অ’পেনৰ খিতাপ দখল কৰে।

Apply Now

ফাইনেলত তেওঁ ৬-২, ৩-৬, ৬-১, ৬-৪ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ লগে লগে আলকাৰাজে দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেন চেম্পিয়ন হয়। কেৱল সেয়াই নহয়, ছিনাৰক অতিক্ৰম কৰি পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষলৈ উন্নীত হয়।

দেওবাৰে আৰ্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেগা মেচখনক লৈ উত্তেজিত হৈ পৰিছিল টেনিছ অনুৰাগীসকল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিজেই আহিছিল মেচ চাবলৈ। গতিকে মেচখন অলপ দেৰিকৈ আৰম্ভ হ’ল৷ অৱশ্যে আলকাৰাজক আৰম্ভণিৰে পৰাই অপ্ৰতিৰোধ্য দেখা গৈছিলৰ। ৬-২ ব্যবধানত প্ৰথম ছেটত তেওঁ সহজেই জয়লাভ কৰে।

দ্বিতীয় ছেটতছিনাৰ ঘূৰি আহিল। ইটালীৰ তাৰকাগৰাকীয়ে ব্ৰেক পইণ্ট ৰক্ষা কৰি দ্বিতীয় ছেটত ৬-৩ ব্যৱধানত মেচখন দখল কৰে। আৰু বৰ্তমানৰ ইউ এছ অ’পেনত আলকাৰাজৰ এইটোৱেই আছিল প্ৰথম কোনো ছেটত পৰাজয়।

Triumph sealed in style! 🇪🇸 pic.twitter.com/zGLBWFDEkP

— US Open Tennis (@usopen) September 7, 2025

কিন্তু আলকাৰাজে ছিনাৰক তৃতীয় ছেটত তিষ্ঠিবই নিদিলে। এটা সময়ত আলকাৰাজে ৫-০ ব্যৱধানত আগবাঢ়ি আছিল। ছিনাৰে এটা গেমত জয়ী হৈ মেচলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছিল। কিন্তু আলকাৰাজে দুৰ্দান্ত চাৰ্ভেৰে সেই আশাত চেঁচা পানী ঢালিলে। তৃতীয় ছেটত ৬-১ ব্যৱধানত জয়লাভ কৰে।

Cómo ha crecido 🥹 pic.twitter.com/Zab16OqV2M

— US Open Tennis (@usopen) September 7, 2025

চতুৰ্থ ছেটতো ছিনাৰে যুঁজ দিয়ে। আলকাৰাজৰ পৰা দুটা শক্তিশালী ভলী চম্ভালি আৰু পিছুৱাই গ’লেও তেওঁ যুঁজ দিছিল। কিন্তু শেষ চাপত তেওঁ ভাঙি পৰিল। পঞ্চমটো গেমত আলকাৰাজে এটা গুৰুত্বপূৰ্ণ ব্ৰেক পইণ্ট লাভ কৰে আৰু তৃতীয়টো মেচ পইণ্টেৰে চেম্পিয়নৰ খিতাপ দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd