• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 9:10 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁ‌চ ৰাজবংশীক জনজাতিকৰণৰ দাবীত কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীৰ ওপৰত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা বৰ্বৰ আক্ৰমণক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৈৰাচাৰী মানসিকতাৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।

আৰক্ষীৰ নিৰ্মম অত্যাচাৰত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে। ক্ষমতালৈ আহিলে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়া বিজেপি দলে ক্ষমতালৈ অহাৰ পিছত সকলো পাহৰি পেলালে। দীৰ্ঘদিন কেৱল প্ৰতাৰণাৰ ৰাজনীতিহে কৰিলে। এই প্ৰতাৰণাৰ বিৰুদ্ধে বিগত সময়ত কোঁ‌চ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ লগতে অন্যান্য সংগঠনেও ধাৰাবাহিক আন্দোলন কৰি গৈছে। কালিও তাৰেই অংশ হিচাপে ছাত্ৰ সংগঠন আক্ৰাছু আৰু অন্য অংশৰ ৰাইজে আন্দোলন আৰম্ভ কৰিছিলে।  কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগৰ অধীনৰ আৰক্ষী বাহিনীয়ে গণতান্ত্ৰিক প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত নিৰ্মম অত্যাচৰ কৰিলে। এইটো নিশ্চিত যে বিগত সময়ত গণতান্ত্ৰিক প্ৰতিবাদক আৰক্ষী বাহিনী লগাই দি বৰ্বৰ অত্যাচাৰ কৰি স্বৈৰাচাৰী আচৰণেৰে দমন কৰাটো সাধাৰণ নিয়ম হৈ পৰিছে। বিজেপি চৰকাৰৰ এই দৃষ্টিভংগীৰেই প্ৰতিফলন গোলোকগঞ্জৰ ঘটনা।

Apply Now

উল্লেখনীয় যে জনমতৰ হেঁচাত ২০১৯ চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিল উত্থাপন কৰা হ’ল যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট(Group of Ministers) গঠন কৰি দিয়া হ’ল। এই মন্ত্ৰীসভা গোটৰ মুৰব্বী, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ মাহৰ ভিতৰত প্ৰতিবেদন দিয়া হ’ব বুলি ঘোষণা কৰিছিল; কিন্তু ৬ বছৰ উকলি যোৱাৰ পাছতো প্ৰতিবেদন দাখিল নকৰিলে। এয়া বিজেপি চৰকাৰৰ কোঁ‌চ ৰাজবংশী জনগোষ্ঠীটোৰ প্ৰতি চৰম বিশ্বাসঘাতকতাৰ বাদে একো নহয়। ইয়াৰ ফলতে জনগোষ্ঠীটোৰ লোক ক্ষুব্ধ হৈছে আৰু প্ৰতিবাদত নামিছে। অকল কোঁ‌চ ৰাজবংশীয়েই নহয় অন্য জনগোষ্ঠীসমূহো প্ৰতিবাদত নামিছে। কোঁ‌চ ৰাজবংশীসহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। উজনি অসমৰ বিভিন্ন ঠাইত মৰাণ,মটক, চুতীয়া,তাই-আহোম,চাহ জনগোষ্ঠী-আদিবাসীৰ জনজাতি কৰণৰ দাবীত বিশাল সভা-সমদল দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰে নিজে দিয়া প্ৰতিশ্ৰুতি পালন নকৰা আৰু চৰম প্ৰতাৰণাৰ আশ্ৰয় লোৱাৰ ফলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ডি ৱাই এফ আইয়ে কোঁ‌চ ৰাজবংশীসহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্য দাবী শীঘ্ৰে পূৰণ কৰি ইয়াক কাৰ্যকৰী কৰিবলৈ দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd