• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 15, 2025 8:28 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়া নৱজোত সিং (৫২)ৰ ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। দেওবাৰে দিল্লী কেণ্টনমেণ্টৰ ৰিং ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা।

মৃতকৰ পুত্ৰই অভিযোগ কৰে যে সময়মতে চিকিৎসা লাভ কৰিলে পিতৃ-মাতৃক বচাব পৰা গ’লহেঁতেন। ইয়াৰ ফলত ৰহস্য আৰু অধিক বৃদ্ধি পাইছে। প্ৰশ্ন উত্থাপন হৈছে এয়া কেৱল দুৰ্ঘটনা আছিল নে আন কিবা? ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Apply Now

মৃত নৱজোত বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-সচিব আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ পত্নী সন্দীপ কৌৰৰ সৈতে গুৰুদ্বাৰা বাংলা চাহাবলৈ গৈছিল। তাৰ পৰা উভতি আহোঁতে বিএমডব্লিউ গাড়ী এখনে তেওঁৰ বাইকত খুন্দা মাৰে। দুয়োকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই নৱজোতৰ মৃত্যু হয়।

অৱশ্যে দুৰ্ঘটনাস্থলীৰ সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰিৱৰ্তে প্ৰায় ১৭ কিলোমিটাৰ দূৰৈৰ জিটি-বি নগৰৰ নিউ লাইফ হাস্পতাললৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে মৃতকৰ পুত্ৰই। সেইবাবেই এই কৰুণ পৰিণতি ঘটিল।

তেওঁ লগতে দাবী কৰে যে বিএমডব্লিউৰ মহিলা চালকজনো আহত হৈছে। অৱশ্যে তেওঁলোকেই নৱজোত আৰু সন্দীপক চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ কোনো তথ্য দিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উলটি যোৱা BMW গাড়ীখন উদ্ধাৰ কৰে আৰক্ষীয়ে। কিন্তু নৱজোতৰ বাইকখন ৰখাই থোৱা আছিল। ইয়াৰ দ্বাৰাও ৰহস্য বাঢ়ি গৈছে। দুৰ্ঘটনা নে আন কিবা সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। দুৰ্ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিক দল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিএমডব্লিউ গাড়ীখনত এগৰাকী মহিলা আৰু এজন পুৰুষ আছিল। তেওঁলোকে নৱজোত আৰু তেওঁৰ পত্নী সন্দীপক এখন টেক্সিত তুলি চিকিৎসালয়লৈ লৈ যায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd