• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2025 10:59 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুপ্ৰৱেশ বিৰোধী আন্দোলনত উত্তপ্ত হৈ পৰিছে ব্ৰিটেইন। শনিবাৰে প্ৰায় ১ লাখ ৫০ হাজাৰ ব্ৰিটিছ লোকে অনুপ্ৰৱেশ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে। ৱেষ্টমিনিষ্টাৰ ব্ৰিজৰ মাজেৰে চেণ্ট্ৰেল লণ্ডনৰ ডাউনটাউনত এক বিশাল বিক্ষোভ অনুষ্ঠিত হয়। উগ্ৰ সোঁপন্থী নেতা টমী ৰবিনছনৰ নেতৃত্বত “ইউনাইট দ্য নেচন” পদযাত্ৰাত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হয়।

অৱশ্যে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে দেওবাৰে স্পষ্ট কৰি দিয়ে যে উগ্ৰ সোঁপন্থীৰ এই বিদ্ৰোহৰ সন্মুখত ব্ৰিটেইনে শিৰ অৱনত নকৰে।

Apply Now

তেওঁ লগতে কয়, ‘আমাৰ ইংৰাজ পতাকাখনে দেশৰ বৈচিত্ৰ্য বহন কৰে। মানুহৰ ধৰ্ম বা জাতিগত ভিত্তিত মানুহৰ ওপৰত আক্ৰমণ কৰাটো চৰকাৰে কেতিয়াও মানি নলয়।” শনিবাৰে প্ৰায় ৫ হাজাৰ লোকে অনুপ্ৰৱেশকাৰীৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে উগ্ৰ সোঁপন্থীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে।

শেহতীয়াকৈ ব্ৰিটেইন উগ্ৰ সোঁপন্থীৰ আটাইতকৈ বৃহৎ পদযাত্ৰাৰ সাক্ষী হৈছে। শনিবাৰে মধ্য লণ্ডনৰ চৰকাৰী ভৱনৰ সন্মুখত লক্ষাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত আহত হয় প্ৰায় ২৬জন আৰক্ষী বিষয়া। এই পৰ্যন্ত প্ৰায় ৯ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় পতাকা পৰিধান কৰি অনুপ্ৰৱেশ বিৰোধী শ্লোগান দিয়ে। ছেণ্ড্ৰা মিচেল নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে এই পদযাত্ৰাৰ পৰাই শ্লোগান দি কয় যে আমি আমাৰ দেশখন ঘূৰাই বিচাৰো। অনুপ্ৰৱেশকাৰীসকলক ব্ৰিটেইনত প্ৰৱেশ কৰাত বাধা দিবলৈ দাবী জনাই তেওঁলোকে কয় যে আমি টমীক বিশ্বাস কৰোঁ। আনহাতে, আন্দোলনৰ নেতৃত্ব দিয়া টমী ৰবিনছনে কয় যে এই আন্দোলনে ব্ৰিটিছ নাগৰিকৰ মাজত দেশপ্ৰেমৰ ঢৌ আনিছে।

ভিডিঅ’ লিংকৰ জৰিয়তে লণ্ডনৰ ৰেলীত যোগদান কৰি ইলন মাস্কে হুংকাৰ দি কয়, “যুঁজ কৰক বা নহ’লে মৰিব লাগিব। আপুনি হিংসাৰ পথ বাছি নললেও ই আপোনাক বাছি ল’ব।” ইয়াৰ পিছত মাস্কে বাওঁপন্থীসকলক তীব্ৰ আক্ৰমণ কৰে। “আপোনালোক এতিয়া অদ্ভুত পৰিস্থিতিত পৰিছে। বাওঁপন্থীসকল হত্যাকাৰী আৰু তেওঁলোকে হত্যাকাৰীক সন্তুষ্ট কৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd