• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ‘সম্পৰ্কৰে সমৰ্থন’ কাৰ্য্যসূচীৰ অধীনত ঘৰে ঘৰে গৈ চৰকাৰৰ খতিয়ান দিয়াত ব্যস্ত মুখ্য মন্ত্ৰী সোণোৱাল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2018 8:20 pm
cm interactive with P.G. Baruah

ৰাজ্যৰ বিশিষ্ট নাগৰিক, আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক প্ৰফুল্লগোবিন্দ বৰুৱাক সাক্ষাৎ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সফলতাৰ পুস্তিকা দিছে মুখ্য মন্ত্ৰীয়ে। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ গোটেই দেশজুৰি চলা ‘সম্পৰ্কৰে সমৰ্থন’ (Sampark se Samarthan) কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিশিষ্ট নাগৰিক প্ৰফুল্লগোবিন্দ বৰুৱাৰ বাসগৃহলৈ গৈ তেওঁক মোদী চৰকাৰৰ চাৰি বছৰৰ সফলতাৰ পুস্তিকা প্ৰদান কৰে। লগতে ৰাজ্য চৰকাৰখনৰো দুবছৰীয়া খতিয়ানো দিয়ে মুখ্য মন্ত্ৰীজনে।

আজি আবেলি এই উদ্দেশ্যে মুখ্য মন্ত্ৰীজন বিশিষ্ট নাগৰিক তথা আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক প্ৰফুল্লগোবিন্দ বৰুৱাৰ ঘৰত উপস্থিত হৈছিল। সাক্ষাতৰ সময়ছোৱাত বৰুৱাৰ আগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ ছবি এখন দাঙি ধৰা বুলি পিছত সাংবাদিকৰ আগত সোণোৱালে মন্তব্য কৰে। লগতে তেওঁ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত বিশিষ্ট নাগৰিকজনৰ পৰা দিহা-পৰামৰ্শ লোৱা বুলিও কয়।

Apply Now

আনহাতে প্ৰফুল্লগোবিন্দ বৰুৱাই আমাৰ সাংবাদিকৰ আগত কয় যে তেওঁ ৰাইজৰ মতটোকে মুখ্য মন্ত্ৰীৰ আগত দাঙি ধৰিছে। তেওঁ বাকীসকলে যিখিনি কৈছে ময়ো সেইখিনিয়ে কৈছো বুলি কৈ কয়, “বিশেষকৈ অসম চুক্তিক অপ্ৰাসংগিক কৰি পেলোৱাটো বৰ অন্যায় হৈছে বুলি মই কৈছো। অসম চুক্তিখন আমি ৰাখিব লাগিব।”

উল্লেখযোগ্য আজি সোণোৱালে প্ৰফুল্লগোবিন্দ ঘৰৰ পৰা ঘূৰি আহোতে চানমাৰিত থকা অট’চালকসকলৰ লগতো কিছু সময়ৰ বাবে মত বিনিময় কৰে। অট’চালকসকলকো তেওঁ মোদী চৰকাৰৰ চাৰিবছৰীয়া সফলতাৰ খতিয়ান আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ খতিয়ান থকা পুস্তিকা দিয়ে।

মন কৰিব লগীয়া যে সমস্যাৰে জৰ্জৰিত ৰাজ্য এখনৰ মুখ্য মন্ত্ৰী সোণোৱালে ঘৰে ঘৰে গৈ মোদী চৰকাৰৰ চাৰি বছৰীয়া সফলতা সম্বলিত পুস্তিকা বিতৰণ কৰি ফুৰাটোত আশ্চৰ্য্য প্ৰকাশ কৰিছে এচাম সচেতন নাগৰিকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am
SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd