• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতি মৰ্যাদা বিচাৰি ডিব্ৰুগড়ত নিশা ৰাজপথ কঁপালে প্ৰায় ২০ হাজাৰ মটক জনগোষ্ঠীৰ লোকে

এন ই নাও নিউজ, ডিব্ৰুগড় by এন ই নাও নিউজ, ডিব্ৰুগড়
September 27, 2025 11:39 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত মটক জনগোষ্ঠীৰ প্ৰায় ২০ হাজাৰ লোকে ২৬ ছেপ্টেম্বৰৰ নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ প্ৰস্তাৱ নাকচ কৰি অনুসূচিত জনজাতি (এছ টি)ৰ স্বীকৃতি আৰু পূৰ্ণ স্বায়ত্তশাসনৰ দাবী তীব্ৰতৰ কৰি এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়।

সমগ্ৰ অসমতে মটক জনগোষ্ঠীৰ ধাৰাবাহিক আন্দোলনৰ শেহতীয়া প্ৰতিফলন হৈছে এই বিক্ষোভ। চৰকাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ সমাধানৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে জনগোষ্ঠীটোৰ নেতাসকলে।

Apply Now

ইয়াৰ পূৰ্বে তিনিচুকীয়াত এক বৃহৎ প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰীয়ে ২৫ ছেপ্টেম্বৰত মটক সংগঠনৰ নেতাসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল।

কিন্তু প্ৰতিবাদকাৰীসকলে আলোচনাত বহিবলৈ অস্বীকাৰ কৰাটোৱে উত্তেজনা বৃদ্ধি কৰিছে। ই পৰিচয় আৰু অধিকাৰৰ অমীমাংসিত সমস্যাক লৈ চৰকাৰ আৰু মটক জনসাধাৰণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতকে প্ৰতিফলিত কৰিছে।

জনজাতিৰ মৰ্যাদা বিচাৰি যোৱা ৬ ছেপ্টেম্বৰত মৰাণ জনগোষ্ঠীয়ে একেধৰণৰ বৃহৎ  বিক্ষোভ প্ৰদৰ্শনৰ পিছতে মটক জনগোষ্ঠীয়েও প্ৰতিবাদত নামিছে।

সভাপতি পুলিন্দ্ৰ মৰাণ আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণৰ নেতৃত্বত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত উক্ত সমাৱেশত বিভিন্ন মৰাণ সম্প্ৰদায়ৰ সংগঠনে অংশগ্ৰহণ কৰিছিল। দশক দশক ধৰি চলি অহা চৰকাৰী অৱহেলা আৰু অপূৰ্ণ প্ৰতিশ্ৰুতি বুলি অভিহিত কৰা বিষয়টোক লৈ হতাশা প্ৰকাশ কৰি মাৰ্ঘেৰিটাৰ মূল পথৰ মাজেৰে প্ৰতিবাদকাৰীসকলে সমদল উলিয়াইছিল।

সমাৱেশত বক্তাসকলে মৰাণ জনগোষ্ঠীৰ বাবে সাংবিধানিক সুৰক্ষাৰ ঐতিহাসিক বঞ্চনাৰ কথা উল্লেখ কৰি কৈছিল যে তেওঁলোকৰ সাংস্কৃতিক পৰিচয়, উন্নয়নৰ অধিকাৰ, আৰু ৰাজনৈতিক প্ৰতিনিধিত্ব ৰক্ষাৰ বাবে জনজাতিৰ স্বীকৃতি অতি প্ৰয়োজনীয়। তেওঁলোকে লগতে উল্লেখ কৰে যে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসনে আৰ্থ-সামাজিক বিষয়সমূহৰ ওপৰত অধিক আত্মশাসন আৰু নিয়ন্ত্ৰণ প্ৰদান কৰিব।

চৰকাৰে তেওঁলোকৰ দাবী পূৰণৰ বাবে স্পষ্টভাৱে সঁহাৰি নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে বিক্ষোভকাৰীসকলে।

এন ই নাও নিউজ, ডিব্ৰুগড়

এন ই নাও নিউজ, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd