• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মঙলবাৰৰ পৰা ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী : ঘোষণা কৰিলে অখিল গগৈয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2025 8:20 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি আন্দোলন ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ এটা বিবৃতিত কোৱা হৈছে, “আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছো যে বৰ্তমান সময়ৰ সবাতোকৈ জনপ্রিয় শিল্পী আৰু যুৱ সমাজৰ মুখপাত্রস্বৰূপ জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ১১ দিনৰ পাছতো অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই বৰঞ্চ আমাৰ ৰাজ্য চৰকাৰখনে এই ঐতিহাসিক মর্মান্তিক ঘটনাটোৰ গুৰুত্ব হ্রাস কৰিবলৈ আৰু জনমানসৰ পৰা ক্রমাগতভাবে এই ঘটনাটো মচি পেলাবলৈ এক কৌশলী আৰু অসহ্যকৰ দীঘলীয়া কৌশল পৰিকল্পনা গ্রহণ কৰিছে। অভিযুক্ত সকলক চাৰ্ছ অপাৰেচন কৰি আটক কৰাৰ পৰিৱৰ্তে দীঘলীয়া সময়ৰ বিৰতি দি কেৱল জাননীহে জাৰি কৰিছে। এবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ এজন মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাক এৰি দিয়াৰ পাছত আনজন মূল অভিযুক্ত শ্যামকানু মহন্তক কৰায়ত্ব কৰিবলৈ Red Corner নটিছ জাৰি কৰাৰ পৰিৱৰ্তে লুক আউট নটিছহে জাৰি কৰিছে। তদন্তৰ ৰেহ-ৰূপ পর্যবেক্ষণ কৰি এনেকুৱা অনুমান হৈছে যে তদন্তৰ সময় পৰিকল্পিতভাবে দীঘলীয়া কৰি আমাৰ প্রিয় শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিক্রিয়া শাম কটাবলৈ চেষ্টা কৰা হৈছে। ৬ অক্টোবৰলৈকে পূজাৰ সময়খিনি চৰকাৰে সদব্যৱহাৰ কৰি ৰহস্যজনক মৃত্যুৰে প্ৰতিক্ৰিয়াৰ প্ৰভাৱ কমাব বিচৰা হৈছে। চৰকাৰে শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্রাদ্ধ পতাৰ নামত জনতাৰ মাজত চৰকাৰখনৰ প্ৰতি জনতাৰ মাজত চৰকাৰখনৰ প্ৰতি ৰাইজৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ক্ষোভআৰু অসন্তুষ্টি লাঘৱ কৰাৰ কৌশলী চেষ্টা কৰিছে। অভিযুক্ত সকলক চৰকাৰখনে কৰায়ত্ব কৰাৰ অক্ষমতা লুকুৱাবলৈ মুখ্যমন্ত্রীয়ে কৈছে ন্যায় দিব নোৱাৰিলে ২০২৬ত BJP ক ভোট দিব নালাগে বুলি উফাইদাং মাৰি চতুৰ ৰাজনীতি কৰাৰ চেষ্টা কৰিছে। কাৰ্যতঃ চৰকাৰখনে এই ঐতিহাসিক ৰহস্যজনক মৃত্যুৰে ঘটনাৰ অভিযুক্তসকলক আটক কৰাত ব্যৰ্থ হৈছে অথবা ইচ্ছাকৃতভাবে আটক নকৰি ঘটনাৰ প্ৰতিক্রিয়া শাম কটাবলৈ দীঘলীয়া পৰিকল্পনা ৰচনা কৰিছে।

লগতে বিবৃতিটোত কোৱা হৈছে, “আমি উদ্বেগেৰে সৈতে লক্ষ্য কৰিছো CAA বিৰোধী আন্দোলনক BJP চৰকাৰখনে অতি কৌশলেৰে বশীভূত কৰাৰ দৰে শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত উদ্ভৱ হোৱা ক্ষোভৰ বিস্ফোৰণক একে কুট কৌশলেৰে মষিমূৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।”

Apply Now

এনে প্রেক্ষাপটত আজি ৰাইজৰ দলৰ গুৱাহাটীত বহা জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠকত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি এলানি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে – সেই কাৰ্য্যসূচী সমূহ হ‘ল-

(১) জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্তসকলক তৎকালীনভাবে গ্রেপ্তাৰ কৰা, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত CBI ৰ হাতলৈ হস্তান্তৰ কৰা আৰু এই ঘটনাৰ সৈতে জড়িত সকলো অর্থনৈতিক অপৰাধৰ সূক্ষ্মাতিসূক্ষ্ম তদন্ত কৰিবলৈ ED ৰ তদন্ত ঘোষণা কৰাৰ দাবীত আৰু অসমৰ মাননীয় ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি, ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰা।

(২) কাইলৈৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত এক অ-নির্দিষ্টকালীন অৱস্থান ধৰ্মঘটত বহিব আৰু মূল অভিযুক্তসকল গ্ৰেপ্তাৰ নকৰালৈকে এই কাৰ্য্যসূচী অব্যাহত থাকিব।

(৩) শিল্পী জুবিন গাৰ্গৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৰ ঘটনাত ৰাজ্যখনত উদ্ভৱ হোৱা অকল্পনীয় ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি সম্পৰ্কত গভীৰ আলোচনা কৰি এক সমাধানৰ পথ উলিয়াবলৈ অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক আমন্ত্ৰণ কৰি এখন সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।আনহাতে, অতি শেহতীয়াকৈ পোৱা তথ্য অনুসৰি গায়ক অজয় ফুকন আৰু প্ৰতিবাদী যুৱক ভিক্টৰ দাসক NSA ত গ্ৰেপ্তাৰ কৰা কথাটোৱে প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচৰাটো এতিয়া চৰকাৰৰ দৃষ্টিত ৰাষ্ট্ৰদ্ৰোহ। ৰাইজৰ দলে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র নিন্দা কৰিছে। অজয় ফুকন আৰু ভিক্টৰ দাসক বিনাচর্তে মুক্তি দিবলৈ দাবী জনাইছে ৰাইজৰ দলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd