• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌতুকৰ বাবে পত্নীক হত্যা স্বামীৰ, দুবছৰৰ পাছত ঘূৰিও আহিল ‘মৃত’ পত্নী! ক’ত এই চাঞ্চল্যকৰ ঘটনা?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 3, 2025 12:38 pm
113
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবিশ্বাস্য ঘটনা! বিগত দুবছৰ ধৰি যাৰ ‘মৃত্যুৰ’ বাবে স্বামী আৰু শহুৰেকৰ ঘৰৰ লোকসকল যৌতুকৰ বাবে হত্যাত অভিযুক্ত হৈ আছিল, সেই যুৱতীগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰায় দুবছৰৰ অন্তত মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ কৰা হৈছে তেওঁক। এই ঘটনাই উত্তৰ প্ৰদেশৰ ঔৰিয়া জিলাত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষী সূত্ৰৰ মতে, বিবাহৰ প্ৰায় ১৮ মাহৰ পিছত ২০২৩ চনত ৰহস্যজনকভাৱে যুৱতীগৰাকীয়ে ঔৰিয়া জিলাৰ শহুৰেকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। যেতিয়া তেওঁক বিচাৰি নাপালে, যুৱতীগৰাকীৰ পৰিয়ালে ২০২৩ চনৰ ২৩ অক্টোবৰত থানাত মিছিং ডায়েৰী দাখিল কৰে। কিন্তু তাত কোনো সন্ধান নোলাল। পিছত তেওঁৰ পৰিয়ালে অভিযোগ কৰে যে তেওঁলোকৰ কন্যাক যৌতুকৰ বাবে হত্যা কৰি মৃতদেহ পেলাই দিয়া হৈছে।

Apply Now

ইয়াৰ পিছত তেওঁলোকে আদালতৰ কাষ চাপে। আদালতৰ নিৰ্দেশত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ ছয়জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪বি ( যৌতুকৰ বাবে হত্যা) ধাৰাত গোচৰ ৰুজু কৰে। বিগত দুবছৰ ধৰি এই গোচৰৰ বিচাৰ চলি আছিল আৰু অভিযুক্তসকল হাৰাশাস্তিৰ সন্মুখীন হৈছিল বুলি জানিব পৰা গৈছে।

ইপিনে, উত্তৰ প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ (এছ অ’ জি) আৰু চোৰাংচোৱাগিৰিৰ দলটোৱে গোচৰটোৰ তদন্ত কৰি আছিল। অৱশেষত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই মধ্যপ্ৰদেশত নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান পোৱা যায়।

এই সন্দৰ্ভত ঔৰিয়াৰ আৰক্ষী চক্ৰ বিষয়া অশোক কুমাৰ সিঙে কয় যে, “বিবাহৰ ডেৰ বছৰ পিছত নিৰুদ্দেশ হৈছিল মহিলাগৰাকী। প্ৰথমে তেওঁৰ পৰিয়ালে নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰী দাখিল কৰিছিল আৰু পিছত আদালতৰ নিৰ্দেশত তেওঁৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ কেইজনমানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তদন্ত চলি আছিল আৰু আমি মধ্যপ্ৰদেশত তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছো। ১ অক্টোবৰত তেওঁক পুনৰ ঔৰিয়ালৈ অনা হৈছে। অধিক তদন্ত চলি আছে।”

তদন্তকাৰীয়ে এতিয়া জানিবলৈ চেষ্টা কৰিছে যে যুৱতীগৰাকীয়ে এইখিনি সময় মধ্যপ্ৰদেশত কি কৰি আছিল আৰু কিয় এই দীৰ্ঘ দুই বছৰে পৰিয়াল বা শহুৰেকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ কোনো চেষ্টা কৰা নাই। যুৱতীগৰাকীৰ জীৱিত থকাৰ খবৰটোৱে যৌতুকৰ বাবে মৃত্যুৰ গোচৰটো সম্পূৰ্ণ সলনি কৰি দিয়াটো নিশ্চিত কৰিলে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd