• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেংক ডকাইতিত এমফিল ডিগ্ৰীধাৰী! মেধাৱী ছাত্ৰৰ আচৰিত কাণ্ডত স্তম্ভিত হৈ পৰিল আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2025 8:36 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডকাইতি কৰিবলৈ নামিল এগৰাকী কেমিষ্ট। কাহিনী যেন লাগিলেও ঘটনাটো সঁচা! অভিযুক্তৰ নাম দীপ শুভম। তেওঁ দাবী কৰে যে অৰ্থনৈতিক অৱস্থাই তেওঁক অপৰাধৰ দিশে ঠেলি দিছিল। তেওঁ মূলসুঁতিলৈ ঘূৰি আহিব বিচাৰিছিল…যদিও সেয়া আৰু হৈ নুঠিল।

দিল্লী আৰক্ষীৰ মুৰব্বী কনিষ্টবল অজয়ে কয় যে এই দীপ শুভম একাধিক বেংক ডকাইতিৰ সৈতে জড়িত আছিল। হাৰিয়ানাৰ সোহনা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁক। আৰক্ষীয়ে লোকেশ্যন ট্ৰেক কৰি দীপক গ্ৰেপ্তাৰ কৰে।

Apply Now

জানিব পৰা মতে, ২০১৭ আৰু ২০২১ চনত দিল্লী আৰু বিহাৰত দুটাকৈ ডকাইতি সংঘটিত হৈছিল। সেইবোৰ ঘটনাৰ লগত জড়িত আছিল দীপ। আৰক্ষীৰ সূত্ৰ অনুসৰি দীপে প্ৰকৃততে এটা ইণ্টেৰিয়ৰ ডিজাইন ফাৰ্মত কাম কৰে। পঢ়া-শুনাত তেওঁ যথেষ্ট ভাল। তেওঁৰ এই কাণ্ডত আনকি আৰক্ষীও আচৰিত হৈ পৰে।

বাতৰি অনুসৰি, ৩২ বছৰীয়া দীপ বিহাৰৰ সীতামাৰীৰ বাসিন্দা। দিল্লীৰ কিৰোৰী মাল কলেজৰ পৰা ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এম ফিলও কৰিছিল। ইয়াৰ পিছত তেওঁ আইন অধ্যয়ন কৰে।

এল এল বি পাঠ্যক্ৰম কৰি থকাৰ সময়তে হঠাৎ পৰিয়ালটো আৰ্থিক সমস্যাৰ সন্মুখীন হ’ল। শিক্ষাৰ খৰচ পূৰণৰ বাবে তেওঁ সংগ্ৰাম কৰিবলগীয়া হৈছিল। এই পৰিস্থিতিত দীপে অৱশেষত ডকাইতিৰ পথ বাছি ল’বলৈ বাধ্য হৈছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

দীপে আৰক্ষীক জনোৱা মতে, যেতিয়া তেওঁৰ পৰিয়ালে তেওঁক আৰু ধন দিব নোৱাৰিলে, তেতিয়া তেওঁ অপৰাধৰ পথ বাছি লৈছিল। দীপে প্ৰথমবাৰৰ বাবে অপৰাধৰ পথত আগবাঢ়িছিল ২০১৭ চনত। তেওঁ নিৰ্মাণ কৰে স্মোক বোম। তেওঁৰ লগত মিথাইল এচিটেট আৰু বেনজিন আছিল। সেই সকলোবোৰ লৈ তেওঁ বেংক অৱ ইণ্ডিয়াৰ পৰা ৩.৬ লাখ টকা লুটি লৈছিল। তেওঁ গ্ৰেপ্তাৰো হয়। পিছত জেলৰ পৰা ওলাই অহাৰ পিছত পুনৰ একেটা পথেই লয় ।

তেওঁ  লগতে গহনা আৰু মোবাইল লুট কৰা বুলিও কয়। পুনৰ একে ঘটনা সংঘটিত হোৱাৰ পিছত পুনৰ আৰক্ষীয়ে দীপৰ সন্ধান আৰম্ভ কৰে। উপ আয়ুক্ত হৰ্ষ ইন্দোৰাই কয় যে উচ্চ শিক্ষিত হোৱাৰ পিছতো দীপে অপৰাধী হোৱাৰ পথ বাছি লৈছে। ইতিমধ্যে তেওঁক জেৰা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd