• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষ; ২৮ গৰাকী শিক্ষাৰ্থীক আটক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 19, 2025 7:44 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বতাহ বলি থকাৰ মাজতে উত্তাল হৈ পৰিছে দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্ছিটিৰ (জে এন ইউ) কেম্পাছ। সংঘটিত হৈছে শিক্ষাৰ্থীৰ সৈতে দিল্লী আৰক্ষীৰ সংঘৰ্ষ। বাওঁপন্থী সংগঠনৰ ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীক আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ প্ৰতিক্ৰিয়াত দিল্লীৰ বসন্ত বিহাৰ থানাৰ আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। জানিব পৰা মতে, এই ঘটনাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ২৮ গৰাকী শিক্ষাৰ্থীক আটক কৰা হৈছে।

বাতৰি অনুসৰি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ বাওঁপন্থী ছাত্ৰ সংগঠনটোৱে কেম্পাছৰ পৰা শোভাযাত্ৰা উলিয়াই থানা ঘেৰাও কৰে। জেএনইউৰ পশ্চিম গেটত বেৰিকেড স্থাপন কৰি আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰাত দুয়োপক্ষৰ মাজত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয়।

Apply Now

আৰক্ষীয়ে তেওঁলোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে শিক্ষাৰ্থীসকলে। অৱশ্যে আৰক্ষীয়ে এই দাবী খণ্ডন কৰে। ইয়াৰ বিপৰীতে তেওঁলোকে দাবী কৰে যে এই সংঘৰ্ষত ছয়জন আৰক্ষী জোৱান আহত হয়।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আছে জে এন ইউৰ ছাত্ৰ ইউনিয়নৰ সভাপতি নীতেশ কুমাৰ, উপ-সভাপতি মনীষা আৰু সাধাৰণ সম্পাদক মুন্টিয়া ফাতিমা।

উল্লেখ্য যে শুকুৰবাৰে স্কুল অৱ ছ’চিয়েল ছায়েন্সত এখন সাধাৰণ সভা (জিবিএম)ৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠে। ইয়াৰ পিছতে প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয়।

বাওঁপন্থী গোটসমূহে দাবী কৰিছে যে এবিভিপিৰ সদস্যসকলে এগৰাকী মহিলা ছাত্ৰীৰ ডিঙি চেপি ধৰে আৰু আন কেইবাগৰাকীকো মাৰপিট কৰে। আনহাতে, এবিভিপিয়েও অভিযোগ কৰিছে যে বাওঁপন্থী ছাত্ৰই এগৰাকী মহিলা ছাত্ৰীক আক্ৰমণ কৰি তাৰ পিছত আন কেইবাগৰাকীকো মাৰপিট কৰে।

এই সন্দৰ্ভত এবিভিপিৰ এক বিবৃতিত কোৱা হৈছে, ‘বাওঁপন্থী শিক্ষাৰ্থীসকলে মিছা কাহিনী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ চাৰ্ট ফালি পেলাইছে আৰু নিজকে ভুক্তভোগী হিচাপে দেখাবলৈ নাটক কৰিছে।‘ লক্ষনীয় যে অহা মাহত জেএনইউছু-ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd