• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়া ব্যক্তিগত কাজিয়া নে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ বিষয়? গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত প্ৰশ্ন আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2025 5:19 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক্‌ আৰু ইয়াক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদজনৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰকাশ কৰি অহা বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টী, অসম (আপ) য়ে ৷

আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আপ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) ৰাজীব শইকীয়াই কয়, গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত এছ আই টি গঠন কৰা হ’ল আৰু এছ আই টি য়ে যোৱা দহ ছেপ্তেম্বৰত এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদনো দাখিল কৰিলে; কিন্তু আজি পৰ্যন্ত প্ৰতিবেদন দাখিল নকৰিলে ৷

Apply Now

এছ আই টিৰ প্ৰতিবেদনত কি আছে তাক ৰাজহুৱা কৰিব লাগে বুলি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই আপৰ ৰাজ্যিক নেতাজনে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰি কয়, মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা বক্তব্য অনুসৰি যদি কথাবোৰ সঁচা হয় তেন্তে সাংসদজনৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ নকৰে কিয় ? মুখ্যমন্ত্ৰীৰ কথাই যদি শিলৰ খুঁটি হয় তেন্তে বিষয়টোক লৈ সংবাদ মাধ্যমত মুখ চুপতি মাৰি ৰাইজক বিভ্ৰান্ত কৰা পৰিৱৰ্তে সাংবিধানিক বিধি ব্যৱস্থা আৰোপ নকৰে কিয় বুলি ৰাজীব শইকীয়াই প্ৰশ্ন কৰে ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক আছে তেন্তে তেওঁৰ সংবিধান প্ৰদত্ত দায়িত্ববোৰ খাৰিজ নকৰে কিয় ?

তেওঁ কয়, পাকিস্তানৰে গোপন সম্পৰ্ক এজন সাংসদৰ বাবে সৰু ঘটনা নহয় আৰু ইয়াক লৈ ল’ৰা ধেমালী কৰাও উচিত নহয় । মুখ্যমন্ত্ৰীলৈ আপৰ নেতাজনৰ প্ৰশ্ন — এয়া আপোনালোকৰ ব্যক্তিগত কাজিয়া নে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দেশপ্ৰেমৰ যুঁজ নে ২০২৬ ৰ নিৰ্বাচনলৈকে বশ কৰি ৰাখিবলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা ৰাজনৈতিক বক্তব্য মাথোন? এই বিষয়টোয়ে  ৰাজনৈতিক বাতাবৰণ লেতেৰা কৰিছে বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে সংবাদ মাধ্যমত ৰাজনৈতিক বক্তব্য দিয়াৰ পৰিৱৰ্তে সঁচা ঘটনাটো এছ আই টি ৰ প্ৰতিবেদনৰ জৰিয়তে অসমৰ ৰাইজক জনাবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd