• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্টাকিৰ লুইছভিলত ইউ পি এছ বিমান দুৰ্ঘটনা: নিহত ১২ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 8:05 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে নিশা লুইছভিলত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। শেহতীয়া খবৰ অনুসৰি, ইউ পি এছ (UPS) কাৰ্গো বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে বুলি চহৰখনৰ মেয়ৰ ক্ৰেগ গ্ৰীনবাৰ্গে নিশ্চিত কৰিছে। এই ভয়াৱহ দুৰ্ঘটনাত কমেও ১৫ জন লোক আহত হৈছে, আৰু কিছুমান লোক এতিয়াও সন্ধানহীন হৈ আছে।

জানিব পৰামতে, মেকডনেল ডগলাছ এম ডি-১১ (McDonnell Douglas MD-11) নামৰ বিমানখন, য’ত তিনিজন ক্ৰু সদস্য আছিল, মঙলবাৰে প্ৰায় ৫:১৫ বজাত লুইছভিল মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা হনোলুলুলৈ উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

Apply Now

তদন্তকাৰীয়ে জনোৱা মতে, উৰণৰ কিছু সময়ৰ পিছতে বিমানখনৰ বাওঁ ইঞ্জিন বিকল হৈ পৰিছিল আৰু বাওঁফালৰ ইঞ্জিনত জুই লাগিছিল। ইয়াৰ পিছতে বিমানখন বিমানবন্দৰৰ সমীপতে দুৰ্ঘটনাগ্ৰস্ত হয়। বিশেষজ্ঞসকলৰ মতে, বিমানখনত থকা অতিৰিক্ত ইন্ধনৰ বোজাৰ বাবে এই বৃহৎ বিস্ফোৰণ সংঘটিত হৈছিল।

কেন্টাকিৰ গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে প্ৰথমতে ১১ জন লোকৰ মৃত্যু নিশ্চিত কৰিছিল যদিও দিনটোৰ শেষলৈকে এই সংখ্যা ১২ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। আহত ১৫ জন লোক চিকিৎসাধীন হৈ আছে, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ (NTSB) প্ৰায় ২৮ জন তদন্তকাৰীয়ে লুইছভিলত উপস্থিত হৈ দুৰ্ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষ সংগ্ৰহ কৰিছে। তদন্তকাৰীয়ে সুৰক্ষিত অৱস্থাত বিমানখনৰ ব্লেক বক্স (ভইচ আৰু ডাটা ৰেকৰ্ডাৰ) উদ্ধাৰ কৰিছে। দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এই ৰেকৰ্ডাৰসমূহ ৱাশ্বিংটন ডি চিলৈ প্ৰেৰণ কৰা হ’ব।

এন টি এছ বিৰ এজেণ্ট টড ইনমেনে জনোৱা মতে, প্ৰায় ৩০ দিনৰ ভিতৰত প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰা হ’ব, কিন্তু সম্পূৰ্ণ তদন্তত এবছৰৰ পৰা দুবছৰ সময় লাগিব পাৰে।

ইতিমধ্যে শ শ অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপণৰ বাবে কাম কৰি আছে। দুৰ্ঘটনাৰ পিছত লুইছভিল বিমানবন্দৰটো বন্ধ কৰা হৈছিল যদিও বুধবাৰে পুৱা পুনৰ মুকলি কৰা হৈছে। কেৱল ক্ষতিগ্ৰস্ত ৰাণৱেটোহে প্ৰায় ১০ দিনৰ বাবে বন্ধ থাকিব। নিৰাপত্তাজনিত কাৰণত ইউ পি এছে বিমানবন্দৰত পেকেজ ছৰ্টিং কামো বন্ধ কৰি দিছে।

বিষয়াসকলে নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাৰ লগত শেহতীয়া আমেৰিকা চৰকাৰৰ বন্ধৰ কোনো সম্পৰ্ক নাই। মেয়ৰ গ্ৰীনবাৰ্গে লুইছভিলৰ জনসাধাৰণক এই দুখৰ সময়ত পৰস্পৰক সহায় কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd