• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াৰ বিশ্ববিদ্যালয় ভ্ৰমণ গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 6:14 pm
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ৰাছিয়াৰ মাজত শৈক্ষিক তথা বৈজ্ঞানিক সহযোগিতা বৃদ্ধিৰ বাবে ৰাছিয়াৰ যোস্কাৰ-ওলাৰত ‎অৱস্থিত মাৰি ৰাজ্যিক বিশ্ববিদ্যালয় ভ্ৰমণ কৰে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি ‎দলে।

২০২৫ চনৰ ২৭- ৩০ অক্টোবৰলৈকে হোৱা এই ভ্ৰমণ কাৰ্যসূচীত দুয়োটা শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত এক ‎বুজাবুজিৰ চুক্তি হয়। গিৰিজানন্দ বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন কোষৰ বিষয়া ড০ ডামিকিলালু ‎আৰু ড০ ভৃগু কুমাৰ দাসেৰে গঠিত প্ৰতিনিধি দলটোক দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ‎সহযোগিতামূলক গৱেষণাৰ নতুন সুযোগ বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হয়।

Apply Now

এই ভ্ৰমণ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এক বিস্তৃত্ব কৌশলগত প্ৰচাৰৰ অংশ, য‘ত ৰাছিয়াৰ অন্যান্য ‎শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ সৈতে একাধিক চুক্তি অন্তৰ্ভুক্ত কৰা হৈছে, যেনে ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ দ্য ‎হিউমেনিটিজ (২০২৩ চনৰ ছেপ্টেম্বৰ মাহত স্বাক্ষৰিত) আৰু পিপলছ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰ্চিটি অৱ ৰাছিয়া ‎‎(আৰইউডিএন ইউনিভাৰ্চিটি) (২০২৪ চনৰ এপ্ৰিল মাহত স্বাক্ষৰিত)।

এই ভ্ৰমণৰ সময়ত প্ৰথমে এক চা চিনাকী পৰ্ব অনুষ্ঠিত হয়। এই অনুষ্ঠানত দুয়োখন বিশ্ববিদ্যালয়ে নিজ ‎নিজ প্ৰতিষ্ঠানৰ শৈক্ষিক সমল, নিৰ্দিষ্ট বিভাগ সমূহৰ বিষয়ে উল্লেখ কৰে। ভ্ৰমণৰ সময়ত হোৱা ‎বৈঠকত সমূহত ফাৰ্মাচিটিকেল চায়েন্স, জৈৱ চিকিৎসা গৱেষণা, অভিযান্ত্ৰিক, খাদ্য প্ৰযুক্তি, কৃষি, আৰু ‎হিউমিনিটিজকে ধৰি বিভিন্ন ক্ষেত্ৰ সম্পৰ্কে আলোচনা কৰা হয়।

এই বৈঠকৰ ফলত দুয়োটা প্ৰতিষ্ঠানৰ মাজত এক সহযোগিতাৰ ভেটি স্থাপন হয়। এই সহযোগিতাৰ ‎ভিতৰত আছে যৌথ গৱেষণা প্ৰকল্প, ছাত্ৰ, অধ্যাপক, আৰু শৈক্ষিক কাৰ্যসূচীৰ ভাগ-বতৰা।

এই ভ্ৰমণৰ এটা মূল অংশ আছিল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে মাৰি ৰাজ্যিক ‎বিশ্ববিদ্যালয়ৰ উন্নত পৰীক্ষাগাৰ আৰু বিভাগসমূহ দৰ্শন কৰা। তাত অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে ‎পোনপটীয়াকৈ মত বিনিময় কৰি অসমৰ প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ আন্তঃশাখা গৱেষণা, উন্নত ‎বৈজ্ঞানিক সুবিধা আৰু বিশেষকৈ চিকিৎসা আৰু প্ৰাকৃতিক বিজ্ঞান সম্পৰ্কে চলি থকা প্ৰকল্পসমূহৰ বিষয়ে অৱগত ‎হয়।

এই ভ্ৰমণৰ সময়ত গিৰিজানন্দ চৌধুৰী স্কুল অৱ ফাৰ্মাচিউটিকেল চাইন্সেছ আৰু মাৰি ৰাজ্যিক ‎বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন আৰু জৈৱ চিকিৎসা বিভাগৰ সহযোগত আয়োজন কৰা এখন চমু  আলোচনা চক্ৰও ‎অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত ডায়েবেটিছ আৰু কেন্সাৰৰ বাবে প্ৰাকৃতিক পণ্য গৱেষণা, ঔষধবিজ্ঞান, আৰু ‎ঔষধ আৱিষ্কাৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে যৌথ প্ৰকাশন আৰু সহযোগিতামূলক গৱেষণা পুঁজিৰ ‎প্ৰস্তাৱৰ বিষয়েও গুৰুত্ব দিয়া হয়।ভ্ৰমণসূচীৰ অন্তিম দিনটোত ড০ ডামিকিলালু আৰু ড০ ভৃগু কুমাৰ দাসে মাৰি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ‎চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত আধুনিক ফাৰ্মাক’লজীৰ সৈতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ‎একত্ৰীকৰণৰ সম্পৰ্কে এক ৰসগ্ৰাহী বক্তৃতা প্ৰদান কৰে। ভ্ৰমণসূচীৰ অন্তত দুয়োখন বিশ্ববিদ্যালয়ৰে ‎দীৰ্ঘম্যাদী সহযোগিতাৰ বাবে দায়বদ্ধতা পোষকতা কৰা হয়। এই ভ্ৰমণ আৰু আলোচনা সমূহ ‎বিশ্বব্যাপী বৈজ্ঞানিক সহযোগিতাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd