• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মংগল গ্ৰহলৈ মহাকাশযান কঢ়িয়াই নিয়া ৰকেট উৎক্ষেপণ কৰিলে জেফ বেজোছৰ ব্লু অৰিজিনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2025 7:53 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলোৱে এই মুহূৰ্তটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অৱশেষত আহিল বিশেষ মুহূৰ্তটো। জেফ বেজোছৰ ব্লু অৰিজিনে ইয়াৰ সৈতে নতুন ইতিহাস ৰচনা কৰে। ব্লু অৰিজিনে নাছাৰ যমজ মহাকাশযান কঢ়িয়াই নিয়া মংগল গ্ৰহলৈ ৰকেট নিক্ষেপ কৰিলে। বৃহস্পতিবাৰে সফলতাৰে পাৰ হৈ যায় মংগল গ্ৰহলৈ যোৱা নিউ গ্লেন বুষ্টাৰখন।

এই সফলতাই ব্লু অৰিজিনক স্পেচএক্সৰ ফেলকন ৯ পুনৰ ব্যৱহাৰযোগ্য মডেলৰ ওচৰলৈ লৈ গৈছে। ভৱিষ্যতে ইয়াৰ দ্বাৰা বাণিজ্যিক আৰু নাছাৰ অভিযানৰ সম্ভাৱনা আৰু অধিক আগুৱাই নিব বুলি সকলোৱে আশাবাদী।

Apply Now

বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ কেপ কানাভেৰেল স্পেচ ফোৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপণ কৰা হয় ব্লু অৰিজিনৰ ৩২১ ফুট দীঘল নিউ গ্লেন ৰকেট। বাতৰি অনুসৰি,  এই অভিযানত নাছাৰ বাবে যমজ ESCAPADE মহাকাশযান আৰু ভিয়াছাটৰ বাবে এটা প্ৰদৰ্শনী পেলোড কঢ়িয়াই নিয়া হৈছে।

ৰকেটটোৰ প্ৰথম পৰ্যায়ৰ বুষ্টাৰখন স্বায়ত্তশাসিতভাৱে আটলাণ্টিকৰ প্ৰায় ৩৭৫ মাইল তলৰ ৰেঞ্জত থকা সাগৰভিত্তিক প্লেটফৰ্ম জেকলিনত থিয় হৈ অৱতৰণ কৰে। পুনৰুদ্ধাৰ পৰ্যায়ত ইয়াক এক উল্লেখযোগ্য কৃতিত্ব বুলি অভিহিত কৰা হৈছে। প্ৰসংগক্ৰমে জানুৱাৰী মাহত কক্ষপথত উপনীত হ’লেও বুষ্টাৰখনে নিউ গ্লেনৰ প্ৰথমটো উৎক্ষেপণত অৱতৰণ কৰিব নোৱাৰিলে।

Today @NASA’s ESCAPADE mission to Mars launched aboard @blueorigin’s New Glenn rocket — another milestone for @POTUS’ promise that America will lead the World in space exploration.🇺🇸 pic.twitter.com/dTdWHcisO7

— NASA Acting Administrator Sean Duffy (@SecDuffyNASA) November 13, 2025

প্ৰতিবেদন অনুসৰি, ২০২৭ চনত ESCAPADE মংগল গ্ৰহত উপস্থিত হ’ব। যেতিয়া পৰৱৰ্তী শৰতত পৃথিৱী আৰু মংগল গ্ৰহ আদৰ্শগতভাৱে শাৰীবদ্ধ হ’ব, তেতিয়া পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ESCAPADEক মংগল গ্ৰহলৈ যাত্ৰা কৰাত সহায় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd