• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম নাগৰিক সন্মিলনৰ আহ্বান- ‘বিৰোধীয়ে দেৱালৰ লিখন পঢ়ক’

এন ই নাও নিউজ, অসমীয়া by এন ই নাও নিউজ, অসমীয়া
November 18, 2025 3:51 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিৰোধী ঐক্যলৈ এক বিশেষ আহ্বান জনাইছে অসম নাগৰিক সন্মিলনে।অসম নাগৰিক সন্মিলনৰ হৈ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ এক বিবৃতিযোগে কয় যে ‘মাত্ৰ কেইদিনমান আগতে আমি অসমৰ সকলো বিৰোধী একলগ হোৱা কাৰণে তেওঁলোকক অভিনন্দন জনাইছিলোঁ। তেওঁলোক ১২ তাৰিখে লগ লাগিছিলহে। মাত্ৰ দুদিন কি তিনিদিনৰ পিছতে তেওঁলোকৰ মাজত সামঞ্জস্যহীন কথা-বতৰা আৰম্ভ হৈ গ’ল।’


বিবৃতিটোত লগতে কয় যে ‘হাৰিয়ানা, মহাৰাষ্ট্ৰৰ পিছত বিহাৰ নিৰ্বাচনে আমাৰ চকুত আঙুলি থৈ দেখুৱাই দিলে যে তিনিটা শক্তিৰে বলীয়ান হৈ বিজেপিয়ে এটাৰ পিছত এটাকৈ নিৰ্বাচন জিকি আছে। এই তিনিটা হৈছে— ৰাষ্ট্ৰযন্ত্ৰ, চৰকাৰী ধন আৰু নিৰ্বাচনী কাৰচাজি। মনত ৰাখিব, এই তিনিওখন ৰাজ্যতে নিৰ্বাচনৰ আগতে ক্ষমতাত আছিল বিজেপি। অসমতো ক্ষমতাত বিজেপি। তাতে এতিয়া অসমতো নিৰ্বাচনী আয়োগে এক ধৰণৰ এচ. আই. আৰ. কৰিবলৈ ওলাইছে।তেনে অৱস্থাত বিৰোধীৰ কৰ্তব্য আছিল দেৱালৰ লিখন পঢ়ি সকলো ঐক্যবদ্ধ হৈ ৰাইজৰ ওচৰলৈ যোৱা। নিৰন্তৰ ৰাইজক সংগঠিত কৰা। তাৰ বিপৰীতে আমি বিৰোধীৰ মাজত দেখিছোঁ বেসুৰা কথা-বতৰা। সিদিনা, অৰ্থাৎ ১২ নৱেম্বৰৰ দিনা দীঘলীয়া আলোচনাৰ অন্তত সকলোৱে যদি গৌৰৱ গগৈক বিৰোধীৰ মাজত সমন্বয়ৰ দায়িত্ব দিছিল, তেন্তে অখিল গগৈ ডাঙৰীয়াই অন্য দল কেইটাৰ লগত আলোচনা নকৰাকৈ দিল্লীলৈ গৈ এইবোৰ কি কথা ক’বলৈ আৰম্ভ কৰিলে? যি কোনো ঐক্য মঞ্চৰে বুনিয়াদী নীতি হ’ল আভ্যন্তৰীণ সমস্যা ৰাজহুৱা নকৰাকৈ আলোচনাৰ যোগেদি নিষ্পত্তি কৰা।’

Apply Now


অসম নাগৰিক সন্মিলনৰ হৈ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰে কয় যে সকলো লগ লাগি ৰাইজৰ ওচৰলৈ যোৱাৰ সলনি এইদৰে ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ মাজত খামখেয়ালী কৰি থাকিলে অহা নিৰ্বাচনত বিজেপি জয়ী হোৱাটো নিশ্চিত। তেতিয়া অসমে আৰু পাঁচ বছৰলৈ বিনাই থাকিব লাগিব। বোধহয় তেতিয়া বিৰোধী ৰাজনৈতিক দলবোৰ আমাৰ কাৰণে অপ্ৰাসংগিক হৈ পৰিব। বিৰোধী দলবোৰে এটা কথা গভীৰভাৱে উপলব্ধি কৰা উচিত যে বিজেপিয়ে আৰম্ভ কৰা ভোট কিনা, ভোট চুৰিৰ ৰাজনীতিত তেওঁলোকে যদি কেৱল গাণিতিক হিচাপ-নিকাচেৰে নিৰ্বাচন জিকিম বুলি ভাবিছে, তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আৰু এটা কথা— আমি অসম নাগৰিক সন্মিলনৰ এই ছজন লোকে প্ৰায় যোৱা ছমাহে বিৰোধী ৰাজনৈতিক দলৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি বিজেপিৰ কুশাসনৰ বাবে তেওঁলোকক ঐক্যবদ্ধ হোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰি আছিলোঁ। কিন্তু এবাৰ কি দুবাৰত বাহিৰে অনবৰতে প্ৰচাৰ মাধ্যমৰ আগত আমি সেইবোৰ গাই বাই থকা নাছিলোঁ। প্ৰচাৰ মাধ্যমৰ মাইকৰ আগত বিৰোধী ঐক্য গঢ়াটো অসম্ভৱ। দলীয় সংকীৰ্ণতা নহয় জনগণৰ স্বাৰ্থহে বিৰোধী ঐক্যৰ চালিকা শক্তি হ’ব লাগিব। পৰিতাপৰ কথা যে সেইটো এতিয়ালৈ হৈ উঠা নাই।

এন ই নাও নিউজ, অসমীয়া

এন ই নাও নিউজ, অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd