• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় ডাক বিভাগৰ শ্ৰদ্ধাঞ্জলি: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশেষ স্মৃতি পোষ্ট কাৰ্ড মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2025 3:31 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱা দুমাহ সম্পূৰ্ণ হ’ল যদিও অসমীয়াৰ হৃদয়ত তেওঁ চিৰজীৱিত। জুবিন অবিহনেও অসমবাসীয়ে তেওঁৰ জন্মদিন পালন কৰিলে, আৰু প্ৰতিটো ক্ষণতে উপলব্ধি কৰিলে যে জুবিন তেওঁলোকৰ বাবে কি আছিল—তেওঁ অবিহনে সমগ্ৰ অসম যেন উকা আৰু আধৰুৱা। তেওঁৰ অনুপস্থিতি কঠিন যদিও তেওঁৰ সংগীত আৰু আদৰ্শ চিৰকাল অসমীয়াৰ তেজে তেজে প্ৰবাহিত হৈ থাকিব।

১৮ নৱেম্বৰত অসমবাসীয়ে দুখৰ মাজতো জুবিনবিহীন প্ৰথমটো জন্মদিন পালন কৰিলে। শদিয়াৰ পৰা ধুবুৰীলৈকে অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে, যেনে কেক কাটি আৰু জুবিনৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰি, এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

Apply Now

জুবিনৰ জন্মদিনটোতে ভাৰতীয় ডাক বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অসমৰ এইগৰাকী কিংবদন্তি শিল্পীৰ ৫৩সংখ্যক জন্মদিনত তেওঁৰ প্ৰতিচ্ছবিৰে এখন বিশেষ স্মৃতি পোষ্ট কাৰ্ড মুকলি কৰে। বুধবাৰে হাউলী ৰাস মহোৎসৱত আনুষ্ঠানিকভাৱে এই স্মৃতি পোষ্ট কাৰ্ডখন উন্মোচন কৰা হয়।

অসম ডাক চক্ৰৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল কৰ্ণেল অৰবিন্দ বাৰ্মাৰ নেতৃত্বত এই পোষ্ট কাৰ্ডখন মুকলি কৰা হয়। তেওঁক সহযোগ কৰে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাস আৰু বি এইচ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ ভূষণ চন্দ্ৰ পাঠকে।

জুবিন গাৰ্গৰ সন্মানাৰ্থে পোষ্ট কাৰ্ড মুকলি কৰি কৰ্ণেল বাৰ্মাই কয় যে এই স্মৃতি পোষ্ট কাৰ্ডখন জুবিন গাৰ্গৰ প্ৰতি এক আন্তৰিক শ্ৰদ্ধাঞ্জলি, যিগৰাকী শিল্পীয় প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰভাৱিত কৰিছে। জুবিন গাৰ্গক অসমৰ ‘আইকন’বুলি অভিহিত কৰি তেওঁ কয় যে ডাক বিভাগে তেওঁৰ জীৱন আৰু লিগেচী উদযাপন কৰি এই পোষ্ট কাৰ্ডখন মুকলি কৰাটো এক সন্মানৰ কথা।

কৰ্ণেল বাৰ্মাই লগতে আশা প্ৰকাশ কৰে যে জুবিন গাৰ্গৰ মূল্যবোধ, বিশেষকৈ তেওঁৰ মমতা আৰু দয়াশীলতাই অগণন লোকক অনুপ্ৰাণিত কৰি আহিছে আৰু এই পোষ্ট কাৰ্ডখনে তেওঁৰ আদৰ্শসমূহক আগুৱাই নিয়াত সহায় কৰাৰ লগতে তেওঁৰ আভা সমগ্ৰ ভাৰতত আৰু ভাৰতৰ বাহিৰৰ লোকসকলৰ মাজলৈও লৈ যাব। তেওঁ লগতে কয় যে এই পদক্ষেপৰ জৰিয়তে জুবিনৰ বাৰ্তা আৰু সংগীতৰ লিগেচী বিশ্বজুৰি প্ৰতিধ্বনিত হ’ব।

হাউলী ৰাস মহোৎসৱত এই বিশেষ পোষ্ট কাৰ্ডখন মুকলি অনুষ্ঠানে মহোৎসৱখনক এক বিশেষ সাংস্কৃতিক মাত্ৰা প্ৰদান কৰাৰ লগতে হাৰ্টথ্ৰ’বগৰাকীলৈ এক মৰ্মস্পৰ্শী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd