• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় বক্স অফিচৰ শীৰ্ষ দহত প্ৰৱেশ ‘ৰৈ ৰৈ বিনালে’; জুবিনৰ শেষ ছবিখনে কিমান উপাৰ্জন কৰিলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2025 9:23 am
763
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ক লৈ অসমৰ লগতে সমগ্ৰ দেশেই আকুল হৈ আছিল। মুক্তিৰ প্ৰথম দিনাই ছবিখনে ডেৰ কোটি টকাৰ ওপৰত উপাৰ্জন কৰি অসমৰ বক্স অফিচত আলোড়ণৰ সৃষ্টি কৰিছিল। মুক্তিৰ পূৰ্বেও সমগ্ৰ অসমতে এই ছবিখনৰ টিকটৰ চাহিদা অধিক আছিল।

ৰাজেশ ভূঞাৰ পৰিচালনা আৰু গৰিমা গাৰ্গ আৰু জুবিনৰ প্ৰযোজনাৰ এই ছবিখন অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া ছবি হিচাপে বিবেচিত হৈছে।

Apply Now

ভাৰতীয় বক্স অফিচতো ৰৈ ৰৈ বিনালেই যথেষ্ট সঁহাৰি লাভ কৰিছে। মিউজিকেল ৰোমান্টিক ছবিখনে ছবিগৃহত দৰ্শকৰ হৃদয় জয় কৰাত সফল হৈছে। ৰৈ ৰৈ বিনালেই চতুৰ্থ সপ্তাহৰ শেষৰ ফালে প্ৰৱেশ কৰি ২০২৫ চনৰ অষ্টম সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে।

৩১ অক্টোবৰত অসমকে ধৰি সমগ্ৰ দেশতে মুক্তি লাভ কৰা ছবিখনে মুক্তিৰ দিনটোত ১.৮৫ কোটি টকা সংগ্ৰহ কৰি বক্স অফিচত এক নতুন মাইলৰ খুঁটি স্থাপন কৰে। অসমত ২২ দিনত ২৪.৪৯ কোটি টকা সংগ্ৰহ কৰি অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি ৰৈ ৰৈ বিনালে। সেকনিল্কৰ মতে, ছবিখনে ২২ দিনটোত বক্স অফিচত ৩৭ লাখ টকা সংযোজন কৰিছে।

অৱশ্যে তৃতীয় শুকুৰবাৰে ছবিখনে ৪৭ লাখ টকাৰ অলপ কম উপাৰ্জন কৰে।  জুবিন গাৰ্গৰ এই ছবিখনে শনিবাৰ আৰু দেওবাৰে আৰু ভাল উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে। যিয়ে অসমীয়া চিনেমাত ২৫ কোটিৰ মাইলৰ খুঁটি অতিক্ৰম কৰিব, যিটো আগতে কেতিয়াও দেখা যোৱা নাছিল।

ৰৈ ৰৈ বিনালেৰ বক্স অফিচ সংগ্ৰহ চাওক

প্ৰথম সপ্তাহ-১১.৪৮ কোটি

দ্বিতীয় সপ্তাহ-৭.৪৭ কোটি

তৃতীয় সপ্তাহ-৫.১৭ কোটি

২২ তম দিন-৩৭ লাখ

মুঠ-২৪.৪৯ কোটি

বৃহস্পতিবাৰে ৰৈ ৰৈ বিনালেই ছাবাক অতিক্ৰম কৰি ২০২৫ চনৰ দশম সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়। লাভ ৩৮৯.৮% বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, মাৰাঠী ব্লকবাষ্টাৰ দশৱতাৰ (৩৮৩.৬%) অতিক্ৰম কৰি অসমীয়া ছবিখনে নৱম স্থান দখল কৰিছে। ৰাজেশ ভূঞাৰ এই ছবিখনে ৩৯৭.০৮% উপাৰ্জন কৰা কানাড়া ছুপাৰ ডুপাৰ হিট কান্তৰা চেপ্টাৰ ১ক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

২০২৫ চনত বক্স অফিচ অনুসৰি ভাৰতীয় চিনেমা

১.লালো-কৃষ্ণ সদা সহায়তে (গুজৰাটী): ০.৫ কোটি/৬০.৯০ কোটি/১২০৮০%

২) ছু ফ্ৰম ছ’ (কানাড়া): ৪.৫ কোটি/৯২.৩৩ কোটি/১৯৫১.৭% ৷

৩) মহাৱতাৰ নৰসিংহ (হিন্দী): ১৫ কোটি/২৪৭.৯৬ কোটি/১৫৫৩%

৪) লিটিল হাৰ্টছ (তেলেগু): ২ কোটি/২৬.৪৭ কোটি/১২২৩.৫%

৫) ছাইয়াৰা (হিন্দী): ৪৫ কোটি/৩৩৭.৬৬ কোটি/৬৫০.৩%

৬) বৌ বুট্টু ভূটা (উড়িয়া): ৩ কোটি/১৬.১৭ কোটি/৪৩৯%

৭) লোকা চেপ্টাৰ ১ (মালয়ালম): ৩০ কোটি/১৫৫.৯৪ কোটি/৪১৯.৮%

৮) কান্তাৰা চেপ্টাৰ ১ (কানাড়া): ১২৫ কোটি/৬২১.৩৫ কোটি/৩৯৭.০৮%

৯) ৰৈ ৰৈ বিনালে (অসমীয়া): ৫ কোটি/২৪.৪৯ কোটি/৩৮৯.৮%

১০) দশৱতাৰ (মাৰাঠী): ৫ কোটি/২৪.১৮ কোটি/৩৮৩.৬% ৷

ৰৈ ৰৈ বিনালে বক্স অফিচ (২২ দিনত)

বাজেট-৫ কোটি টকা

ভাৰতীয় সংগ্ৰহ-২৪.৪৯ কোটি

ভাৰতীয় মুঠ সংগ্ৰহ-২৮.৮৯ কোটি

ROI(বিনিয়োগৰ ওপৰত লাভ)-৩৮৯.৮%

ফ্লপ নে হিট-ছুপাৰ হিট

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd