• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছত্তীশগড়ত ১২ গৰাকী মহিলাসহ ৩৭ নক্সালবাদীৰ আত্মসমৰ্পণ, মূৰত আছিল ৬৫ লাখ টকাৰ পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2025 7:17 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ছত্তীশগড়ৰ দন্তেৱাড়া জিলাত ১২ গৰাকী মহিলাসহ মুঠ ৩৭ গৰাকী নক্সালবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, আত্মসমৰ্পণ কৰা নক্সালবাদীসকলৰ ২৭ জনৰ ওপৰত চৰকাৰৰ ফালৰ পৰা মুঠ ৬৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

আত্মসমৰ্পণ কৰা সদস্যসকলে জ্যেষ্ঠ আৰক্ষী আৰু চি আৰ পি এফ বিষয়াৰ ওচৰত নিজকে গতাই দিয়ে। এই আত্মসমৰ্পণ ‘পুনা মাৰ্গম’ (Puna Maargam) পদক্ষেপৰ অধীনত কৰা হৈছে, যাৰ অৰ্থ হৈছে ‘পুনৰ্বাসনৰ পৰা সামাজিক পুনৰ সংযোগ’। দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে মন্তব্য কৰে যে, বাষ্টাৰ ৰেঞ্জ আৰক্ষীয়ে আৰম্ভ কৰা এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে অঞ্চলটোলৈ স্থায়ী শান্তি আৰু উন্নয়ন ঘূৰাই অনা।

Apply Now

আত্মসমৰ্পণ কৰা নক্সালবাদীসকলৰ ভিতৰত কেইবাজনো গুৰুত্বপূৰ্ণ নেতাই আছে। ইয়াৰ ভিতৰত কুমালী ওৰফে অনিতা মাণ্ডৱী, গীতা ওৰফে লক্ষ্মী মদকাম, ৰঞ্জন ওৰফে সোমা মাণ্ডৱী, আৰু ভীমা ওৰফে জাহাজ কালমু অন্যতম। এই প্ৰত্যেকজন নেতাৰ ওপৰত ৮ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

উল্লেখ্য যে চৰকাৰৰ পুনৰ্বাসন নীতিৰ অধীনত, আত্মসমৰ্পণ কৰা প্ৰতিজন নক্সালবাদীয়ে ৫০ হাজাৰ টকা লাভ কৰিব। ইয়াৰ উপৰিও, তেওঁলোকে দক্ষতা প্ৰশিক্ষণ আৰু কৃষিভূমিৰ দৰে অন্যান্য চৰকাৰী সুবিধাও লাভ কৰিব।

আৰক্ষীৰ তথ্য অনুসৰি, বিগত ২০ মাহৰ ভিতৰত দন্তেৱাড়া জিলাত মুঠ ৫০৮ জনতকৈ অধিক মাওবাদীয়ে হিংসাৰ পথ এৰি স্বাভাৱিক জীৱনত যোগদান কৰিছে। ইয়াৰ ভিতৰত ১৬৫ জন নক্সালবাদীৰ মূৰত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। বহু জ্যেষ্ঠ নেতা আৰু সক্ৰিয় সদস্যই নিষিদ্ধ গোটটো ত্যাগ কৰিছে।

মুঠতে, বিগত ২৩ মাহৰ ভিতৰত ছত্তীশগড় ৰাজ্যত শীৰ্ষ নেতাকে ধৰি ২২০০ৰো অধিক নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সমগ্ৰ ভাৰততে নক্সালবাদৰ সম্পূৰ্ণৰূপে অন্ত পেলোৱাৰ লক্ষ্য স্থিৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd