• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধঁপাত আৰু পান মছলাৰ ওপৰত কৰ পৰিৱৰ্তন: কি এই বৃহৎ পৰিৱৰ্তন?

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2025 11:04 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনৰ ১ ডিচেম্বৰত লোকসভাত ধঁপাত আৰু পান মছলাৰ ওপৰত বৰ্তমানৰ জি এছ টি ক্ষতিপূৰণৰ বাবে আৰোপ কৰা অতিৰিক্ত কৰৰ(GST Compensation Cess) সলনি নতুন কৰ আৰোপ কৰিবলৈ দুখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। এই বিলসমূহৰ জৰিয়তে এই সামগ্ৰী (Sin Goods) সমূহৰ ওপৰত চৰকাৰে কৰ সংগ্ৰহৰ হাৰ উচ্চ কৰি ৰখাৰ লক্ষ্য স্থিৰ কৰিছে।

কেন্দ্ৰীয় আবকাৰী সংশোধনী বিধেয়ক, ২০২৫ অনুসৰি এই বিধেয়কে চিগাৰেট, চিগাৰ, আৰু হুকাৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ জি এছ টি ক্ষতিপূৰণ কৰৰ স্থান ল’ব। এই সংশোধনীৰ জৰিয়তে চৰকাৰে এই ধঁপাতজাতীয় সামগ্ৰীসমূহৰ ওপৰত আবকাৰী শুল্ক (Excise Duty) বৃদ্ধি কৰিব পাৰিব।

Apply Now

আনখন বিধেয়ক হৈছে স্বাস্থ্য সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা শুল্ক বিধেয়ক, ২০২৫। এই বিধেয়কখনত পান মছলাকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ উৎপাদনত এক নতুন বিশেষ চেছ প্ৰৱৰ্তন কৰা হ‘ব। এই নতুন অতিৰিক্ত কৰৰ উদ্দেশ্য হৈছে জনস্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা দুয়োটা উদ্দেশ্যকে সমৰ্থন কৰা। ভৱিষ্যতে চৰকাৰে এই তালিকাত আন সামগ্ৰীও যোগ কৰিব পাৰে।

বৰ্তমান ধঁপাত আৰু পান মছলাত জি এছ টিৰ অধীনত ২৮% হাৰত কৰ আৰোপ কৰা হয় আৰু লগতে অতিৰিক্ত ক্ষতিপূৰণৰ কৰো আৰোপ কৰা হয়। এই নতুন ব্যৱস্থা গৃহীত হোৱাৰ পিছতো ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত জি এছ টিৰ লগতে বৰ্ধিত আবকাৰী শুল্ক, আৰু পান মছলাত জি এছ টিৰ লগতে নতুন স্বাস্থ্য সুৰক্ষাৰ অতিৰিক্ত কৰ থাকিব। ইয়াৰ ফলত এই সামগ্ৰীসমূহৰ ওপৰত সামগ্ৰিক কৰ হাৰ প্ৰায় ৪০% লৈ বৃদ্ধি পাব।

নতুন নিয়ম অনুসৰি, এই সামগ্ৰীসমূহ নিৰ্মাণ কৰা ব্যৱসায়ীসকলে তেওঁলোকৰ যন্ত্ৰপাতি আৰু উৎপাদনৰ সবিশেষ প্ৰতিবেদন দিব লাগিব, আৰু তেওঁলোকৰ সমগ্ৰ কাৰ্য্যকলাপৰ ওপৰত ভিত্তি কৰি কৰ গণনা কৰা হ’ব।

উল্লেখ্য যে জি এছ টিৰ বাবে ৰাজহ ক্ষতি হোৱা ৰাজ্যসমূহক সহায় কৰিবলৈ ২০১৭ চনত এই ক্ষতিপূৰণ কৰ আৰম্ভ কৰা হৈছিল। এই অতিৰিক্ত কৰৰ ম্যাদ কেইবাবাৰো বৃদ্ধি কৰা হৈছিল যদিও চৰকাৰে ৰাজ্যসমূহক ক্ষতিপূৰণ দিবলৈ লোৱা ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰাৰ ইয়াৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছে।

 এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd