• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন এইগৰাকী ৰাজনৈতিক তাত্বিক নিবেদিতা মেনন? ১৭ বছৰৰ পাছত জে এন ইউৰ পৰা ল’লে অৱসৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2025 6:08 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে শিক্ষানুষ্ঠানখনৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদগৰাকীক বিদায় দিছে। কিয়নো দশক দশক ধৰি শৈক্ষিক সেৱা আগবঢ়োৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে বিশিষ্ট অধ্যাপক নিবেদিতা মেননে। ৰাজনৈতিক তত্ত্বৰ ব্যাপক স্বীকৃতি আৰু শক্তিশালী নাৰীবাদী কণ্ঠৰ পণ্ডিত মেননে সমসাময়িক ভাৰতত লিংগ, ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়ৰ ওপৰত সমালোচনা গঢ় দিয়াত অবিচ্ছেদ্য ভূমিকা পালন কৰিছে।

২০০৮ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ অহাৰ পূৰ্বে মেননে লেডী শ্ৰী ৰাম কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু নিজৰ চোকা বুদ্ধিমত্তা আৰু শৈক্ষিক দক্ষতাৰ বাবে সুনাম অৰ্জন কৰিছিল। জে এন ইউত তেওঁ চেণ্টাৰ ফৰ কম্পেৰেটিভ পলিটিক্স এণ্ড পলিটিকেল থিয়ৰীৰ অগ্ৰগণ্য ব্যক্তি আছিল। তেওঁৰ পাণ্ডিত্যই ভাৰতীয় নাৰীবাদী চিন্তাধাৰা আৰু ৰাজনৈতিক চিন্তাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

Apply Now

‘চিয়িং লাইক আ ফেমিনিষ্ট’ (Seeing Like a Feminist) আৰু ‘ৰিকভাৰিং চাবভাৰছন: ফেমিনিষ্ট পলিটিক্স বিয়ণ্ড দ্য ল’ (Recovaring Subversion: Feminist Politics Beyond the Law) ৰ দৰে গ্ৰন্থৰ জৰিয়তে তেওঁ পিতৃতান্ত্ৰিক প্ৰতিষ্ঠান, জাতি আৰু ৰাষ্ট্ৰ ক্ষমতাক সাহসেৰে সমালোচনা কৰি সামাজিক সম্পৰ্ক আৰু ন্যায়ৰ পুনৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ধৰ্মনিৰপেক্ষতাৰ পৰা আৰম্ভ কৰি পাৰমাণৱিক নিৰস্ত্ৰকৰণলৈকে সকলো বিষয়তে মেননৰ স্পষ্টবাদী স্থিতিয়ে সঘনাই বিতৰ্কৰ সৃষ্টি কৰি আহিছে। ৰাজহুৱা বক্তৃতাত তেওঁ কেতিয়াবা প্ৰতিবাদ আৰু প্ৰতিষ্ঠানিক সমালোচনাৰ সন্মুখীন হৈছে; তথাপিও তেওঁ শৈক্ষিক স্বাধীনতা আৰু নাগৰিক অধিকাৰ ৰক্ষা কৰাৰ স্থিতিত অটল আছিল।

বহু শিক্ষাৰ্থী আৰু সহকৰ্মীয়ে কয় যে, তেওঁৰ অৱসৰৰ লগে লগে জে এন ইউয়ে এগৰাকী অধ্যাপকতকৈ বহু বেছি হেৰুৱাইছে। মেননৰ অনুপস্থিতিয়ে ভাৰতীয় শৈক্ষিক জগতৰ কোণত স্পষ্ট শূন্যতাৰ সৃষ্টি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd