• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্টলক্ষ্মীক পুনৰ উপেক্ষা: উত্তৰ পূব সীমান্ত ৰে’লৱেত বিলুপ্তি ঘটিব ৫৫০ পদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2018 12:01 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ নিৱনুৱাক মাধমাৰ শোধাই উত্তৰ পূব সীমান্ত ৰে’লৱেত চলিত বিত্তীয় বর্ষত মুঠ ৫৫০টা পদৰ বিলুপ্তি ঘটোৱা হ’ব৷

উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে বছৰি লাখ লাখ নিবনুৱাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অহাৰ পাছত অতি আশ্চর্যজনকভাৱে ৰে’ল মন্ত্র্যালয়ে সমগ্র ভাৰতৰ ৰে’ল বিভাগৰ ১৬টা মণ্ডলৰ পৰা প্রায় ১১ হাজাৰ পদ বিলুপ্তিৰ নির্দেশনা জাৰি কৰিছে৷ এই পদসমূহ মাণ্ডলিক ৰে’লৱে কৰা জৰীপৰ ভিত্তিত বিলুপ্তি ঘটোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ এই বিলুপ্তিকৰণ প্রক্রিয়া ২০১৯ চনৰ এপ্রিললৈকে শেষ কৰিবলৈ প্রস্তুতি চলাইছে ৰে’ল বিভাগে৷ এই ১৬টা মণ্ডলৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেত প্ৰায় ৫শতাধিক পদ বিলুপ্তি কৰিব কেন্দ্ৰীয় চৰকাৰে।

Apply Now

জানিব পৰা মতে এই পদ বিলুপ্তি ঘটাই ৰে’ল সুৰক্ষা বিভাগটো ব্যক্তিগত প্রতিষ্ঠানৰ হাতত গতাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ প্রাথমিকভাৱে ৰে’ল বিভাগে ৰে’ল পথ নিৰীক্ষণৰ বাবে পেট্রলিঙৰ কামটো ঠিকাদাৰৰ হাতত গতাবলৈ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ নিউ বঙাইগাঁৱৰ অন্তর্গত ৰে’ল পথ নিৰীক্ষণৰ বাবে প্রায় ৪ কোটি টকাৰ নিবিদা আহ্বানেৰে ব্যক্তিগতকৰণৰ দিশে গতি কৰিছে৷

কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তত সম্প্ৰতি জাঙুৰ খাই উঠিছে এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন৷ ৰে’লত বৃহৎ সংখ্যক পদ বিলুপ্তিৰ বাবে যি প্রস্তুতি চলাইছে এই কার্যই ৰে’ল শ্রমিকসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

এনে পৰিপ্রেক্ষিতত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ব্যাপক আন্দোলনৰ কার্যসূচী হাতত লৈছে৷ ইতিমধ্যে যোৱা ৯ জুনৰ পৰা এন এফ ৰে’লৱেত প্রতিবাদ সপ্তাহ পালন কৰি মহাপ্রবন্ধকলৈ স্মাৰক-পত্র প্রেৰণ কৰিছে ইউনিয়নে ৷

আনহাতে অহা ১৫ জুনত ৰঙিয়া মণ্ডলৰ মাণ্ডলিক প্রবন্ধকৰ কার্যালয় প্রাংগণত ধর্ণা কার্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰিব ইউনিয়নৰ কাৰ্যকৰ্তাই ৷ এই ধর্ণা কার্যসূচীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰৰ বহু শ্রমিকৰ উপৰি কেন্দ্রীয় শ্রমিক নেতাসকলৰ লগতে অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেশ্যনৰ নেতাসকলেও যোগদান কৰিব বুলি ইউনিয়নৰ এক সূত্ৰই প্ৰকাশ কৰিছে৷ সম্প্ৰতি উত্তৰ পূবত এই বৃহৎ সংখ্যক পদ বিলুপ্তিৰ বিষয়টোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd