• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

২৫ লাখ টকা মূল্যৰ গাঞ্জাসহ ৪জনক গ্ৰেপ্তাৰ ত্ৰিপুৰাত

পিনাকী দাস by পিনাকী দাস
June 14, 2018 3:00 pm
Tripura police seized marijuana worth Rs 25 lakh
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি পূব আগৰতলা আৰক্ষীয়ে ৯০০ কেজি গাঞ্জা জব্দ কৰিছে। আৰক্ষীয়ে গাঞ্জাসহ ৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে গাঞ্জাখিনি পৰিবহণ কৰা গাড়ীখনো জব্দ কৰা হৈছে। লোক চাৰিজনক আৰক্ষীয়ে জেৰা কৰি মূল ব্যক্তিজনৰ সন্ধানত আছে।কৰিছে।

মহকুমা আৰক্ষী বিষয়া সুমন মজুমদাৰে সদৰি কৰিছে যে দুমাহ পূৰ্বে ৰাজ্য চৰকাৰে আৰম্ভ কৰা নিচাযুক্ত দ্ৰব্য বিৰোধী বিশেষ অভিযানৰ অন্তৰ্গত এই গাঞ্জাখিনি জব্দ কৰা হৈছে।

Apply Now

জব্দ কৰা এই গাঞ্জাখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা।

আৰক্ষীয়ে ইতিমধ্যে ধৃত লোককেইজনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ নিচাযুক্ত ঔষধ আৰু মনঃপ্ৰভাৱী পদাৰ্থ আইন,১৯৯৫ ( Narcotic Drugs and Psychotropic Substances Act, 1995) ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

ত্ৰিপুৰাৰ নৱনিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনক নিচাযুক্ত ঔষধৰ পৰা মুক্ত কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি, সময়ে সময়ে বিভিন্ন পৰ্যায়ত বাংলাদেশে উত্থাপন কৰা ঔষধৰ চোৰাং কাৰবাৰৰ ওপৰতো চৰকাৰখনে গভীৰভাৱে চিন্তা কৰি আছে।

উল্লেখ্য যে বিগত দুমাহত ৰাজ্যিক আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীয়ে বাংলাদেশলৈ চোৰাং কাৰবাৰ কৰা আৰু নিচাযুক্ত ঔষধ পৰিবহণ ৰোধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। সীমা সুৰক্ষা বাহিনী আৰু ৰাজ্য প্ৰশাসনে যুটীয়াভাৱে অভিযান চলাই শুকান গাঞ্জাৰ উপৰিও বিশাল পৰিমাণৰ য়ুবা টেবলেট ব্ৰাউন ছুগাৰ জব্দ কৰাৰ উপৰিও সীমান্তৱৰ্তী এলেকাত থকা  গাঞ্জাৰ খেতি নষ্ট কৰিছে।

প্ৰণিধানযোগ্য যে ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ১,৮৮০ কি: মি: বিয়পা সীমান্ত আছে। এই সীমান্ত এলেকাৰ কিয়দাংশ ডাঠ হাবিৰে আগুৰা আৰু উন্মুক্ত। এই গভীৰ হাবিৰে আগুৰা কাঁটা-তাঁৰৰ বেৰবিহীন মুকলি অংশখিনি চোৰাং কাৰবাৰীৰ বাবে অত্যন্ত সুবিধাজনক।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd