• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫: দেশৰ ভিতৰতে পঞ্চম স্থানত এনআইটি শিলচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2025 6:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেছনেল ইনষ্টিটিউট অৱ টেকন‘লজী শিলচৰে পুনৰবাৰ নিজৰ অগ্ৰণী ভূমিকা প্ৰমাণ কৰিলে। সেউজ আন্তঃগাঁথনি, সৌৰ শক্তি আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ প্ৰকাশ পোৱা ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫ত বিশ্ব ৰেংকিঙত ১৯১ নম্বৰ আৰু ভাৰতৰ ভিতৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি, এনআইটি শিলচৰে অতি গুৰুত্বপূৰ্ণ শক্তি আৰু জলবায়ু পৰিৱৰ্তন শাখাত দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি এক বিশেষ গৌৰৱ অৰ্জন কৰিছে। এই সন্মান বহনক্ষম উন্নয়ন, সেউজ আন্তঃগাঁথনি নিৰ্মাণ, শক্তি-দক্ষ প্ৰযুক্তিৰ ব্যৱহাৰ, আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফল বুলি সদৰী কৰা হৈছে।

Apply Now

নেছনেল ইনষ্টিটিউট অৱ টেকন‘লজী, শিলচৰৰ সঞ্চালক অধ্যাপক ডঃ দিলীপ বৈদ্যই কয় যে, এই শিক্ষানুষ্ঠানে মূলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে উল্লেখ কৰে যে সম্পূৰ্ণ শিক্ষানুষ্ঠানৰ ৩০ শতাংশ বিদ্যুৎ সৌৰ বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে উৎপাদন কৰা হয়। চৌহদটোৰ ভিতৰত সৰু সৰু জলাশয় আছে, যাৰ পৰা পানী সংৰক্ষণ কৰা হয়। আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আছে আৰু আৱৰ্জনাৰ পৰা সাৰো প্ৰস্তুত কৰা হয়।

তেওঁ লগতে উল্লেখ কৰে যে গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫-ৰ ভাৰতত পঞ্চম স্থান দখল কৰাৰ আঁৰত অধ্যাপক-ছাত্ৰ-ছাত্ৰী সকলোৰে সামূহিক ভূমিকা আছে।

উল্লেখ্য যে এই ৰেংকিং ব্যৱস্থাৰ মূল লক্ষ্য হৈছে বিশ্ববিদ্যালয়সমূহক বিশ্বব্যাপী মানদণ্ডৰ জৰিয়তে নিজৰ অৱস্থান মূল্যায়ন কৰাৰ সুযোগ প্ৰদান কৰা। ইয়াৰ দ্বাৰা শক্তি ব্যৱহাৰ, আৱৰ্জনা ব্যৱস্থাপনা, পৰিবহণ ব্যৱস্থা আৰু জলসম্পদৰ কাৰ্যক্ষম ব্যৱহাৰৰ দৰে ক্ষেত্ৰত উন্নতিৰ দিশসমূহ দেখুৱাই দিয়া হয়।

এই পদক্ষেপৰ অন্যতম উদ্দেশ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহৰ অগ্ৰণী ভূমিকাক আৰু অধিক শক্তিশালী কৰা। সামগ্ৰিকভাৱে, গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫ কেৱল এক ৰেংকিং তালিকা নহয়, ই উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে এক দায়িত্বশীল নিৰ্দেশনা হিচাপে কাম কৰে, যিয়ে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাত মুখ্য ভূমিকা পালন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd