• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হলিউডৰ জনপ্ৰিয় পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নীৰ অস্বাভাৱিক মৃত্যু; ঘৰৰ পৰা উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2025 2:59 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘হোৱেন হেৰী মেট চেলি’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নী মিচেল চিংগাৰ ৰেইনাৰৰ অস্বাভাৱিক মৃত্যু ঘটিছে। কেলিফৰ্ণিয়াৰ ব্ৰেণ্টউডৰ এটা বন্ধ ঘৰৰ পৰা উদ্ধাৰ হৈছে পৰিচালক আৰু তেওঁৰ পত্নীৰ ক্ষতবিক্ষত মৃতদেহ।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰব আৰু মিচেলৰ মৃতদেহত কিছু সন্দেহজনক আঘাত আছে। যিটো ছুৰীৰে আক্ৰমণ কৰা বুলি দাবী কৰা হৈছে। প্ৰাৰম্ভিক অনুমান অনুসৰি হলিউডৰ এই জনপ্ৰিয় পৰিচালক আৰু তেওঁৰ পত্নীক কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে হত্যা কৰিছে।

Apply Now

জানিব পৰা মতে, দেওবাৰে বিয়লি লছ এঞ্জেলছৰ ব্ৰেণ্টউডৰ পৰা ফোন পোৱাৰ পিছতে আৰক্ষীয়ে ৰেইনাৰৰ ঘৰত উপস্থিত হয়। ঘৰৰ ভিতৰৰ পৰা সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰে ৭৮ বছৰীয়া ৰব আৰু ৬৮ বছৰীয়া মিচেলৰ মৃতদেহ।

সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ৰেইনাৰ দম্পতীহালৰ কন্যা ৰমীয়ে প্ৰথমে তেওঁলোকৰ মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে। ১৪ ডিচেম্বৰত স্থানীয় সময় অনুসৰি বিয়লি ৩:৩০ বজাৰ পিছত তেওঁৰ পৰা ফোন পোৱাৰ পিছতে আৰক্ষীয়ে ঘৰটোত উপস্থিত হয়।

ৰেইনাৰৰ মুখপাত্ৰই দেওবাৰে সন্ধিয়া তেওঁলোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে লছ এঞ্জেলছ আৰক্ষীয়ে। এই ঘটনাই হলিউডত শোকৰ ছাঁ পেলাইছে।

এলএপিডিৰ ডেপুটি-চীফ এলান হেমিল্টনে কয় যে, “হত্যাৰ সৈতে জড়িত সন্দেহযুক্ত লোকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই। তেওঁ লগতে কয় যে কোনো লোকক সন্দেহযুক্ত হিচাপে গ্ৰেপ্তাৰ বা সোধা-পোছা কৰা হোৱা নাই।” অৱশ্যে এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ঘটনাৰ সন্দেহযুক্ত ব্যক্তিজন হৈছে পৰিচালকগৰাকীৰ পুত্ৰ। যদিও এই খবৰ আৰক্ষীয়ে নিশ্চিত কৰা নাই।

এক বিবৃতিত লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে এই কাণ্ডক লৈ শোক প্ৰকাশ কৰে। ৰেইনাৰৰ মৃত্যুত মই স্তম্ভিত হৈছো আৰু এই কাণ্ড আমাৰ চহৰ আৰু দেশৰ বাবে এক বিৰাট ক্ষতি।

ৰব ৰেইনাৰ কেৱল হলিউডৰ জনপ্ৰিয় পৰিচালকে নহয়, এজন অভিনেতাও। যদিও পৰিচালক হিচাপে তেওঁ অধিক জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৮০ চনত ৰবে ‘হোৱেন হেৰী মেট চেলী’, ‘দ্য প্ৰিন্সেছ ব্রাইড’ আৰু ‘ষ্টেণ্ড বাই মি’ আদি ছবি নিৰ্মাণ কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল। পিছলৈ তেওঁ ‘এ ফিউ গুড মেন’ ছবিৰ বাবে অস্কাৰৰ মনোনয়ন লাভ কৰে। ৰব ৰেইনাৰে ‘স্লিপলেছ ইন ছিয়াটল’, ‘এভৰিৱান’ছ হিৰো’, ‘দ্য উলফ অৱ ৱাল ষ্ট্ৰীট’কে ধৰি কেইবাখনো ছবিত অভিনেতা হিচাপে কাম কৰিছে।

‘হোৱেন হেৰী মেট চেলী’য়ে ৰবক পৰিচালক হিচাপে জনপ্ৰিয়তা কঢ়িয়াই অনাই নহয়, তেওঁৰ ব্যক্তিগত জীৱনকো সলনি কৰি পেলাইছিল। সেই ছবিখনৰ চেটত ৰবে ফটোগ্ৰাফাৰ মিচেল চিংগাৰক লগ পাইছিল। সেই চিনাকি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল। ১৯৮৯ চনত বিবাহপাশত আবদ্ধ হয়।তেওঁলোকৰ তিনিটা সন্তান। দীৰ্ঘদিন ধৰি লছ এঞ্জেলছৰ ব্ৰেণ্টউডৰ সেই ঘৰটোতে চলি আহিছিল এই দম্পতীহালৰ সংসাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd