• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ কোটি টকাৰ প্ৰতাৰণাৰ বলি, হতাশাত নিজকেই গুলী কৰিলে পঞ্জাৱৰ প্ৰাক্তন আই পি এছ বিষয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 11:40 am
ভাৰতীয় বক্স অফিচৰ শীৰ্ষ দহত প্ৰৱেশ ‘ৰৈ ৰৈ বিনালে’; জুবিনৰ শেষ ছবিখনে কিমান উপাৰ্জন কৰিলে? - 1

ভাৰতীয় বক্স অফিচৰ শীৰ্ষ দহত প্ৰৱেশ ‘ৰৈ ৰৈ বিনালে’; জুবিনৰ শেষ ছবিখনে কিমান উপাৰ্জন কৰিলে? - 1

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ প্ৰাক্তন আই পি এছ বিষয়া অমৰ সিং চাহালে এজন নিৰাপত্তাৰক্ষীৰ ৰাইফল কাঢ়ি লৈ আত্মহত্যাৰ চেষ্টা চলায়। গুৰুতৰভাৱে আহত বিষয়াগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, চাইবাৰ জালিয়াতিৰ দ্বাৰা প্ৰতাৰিত হৈ আৰক্ষী বিষয়াজনে সকলো হেৰুৱাই পেলাইছিল। এই ধনৰ পৰিমান প্ৰায় ৮.১০ কোটি টকা।

পাটিয়ালাৰ এছ এছ পি বৰুণ শৰ্মাই জানিবলৈ দিয়ে যে অমৰ সিং পঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন আই জি। সোমবাৰে বিয়লি নিজ ঘৰত নিৰাপত্তাৰক্ষীৰ বন্দুক কাঢ়ি লৈ আত্মহত্যাৰ চেষ্টা চলায়।

Apply Now

তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এটা আত্মহত্যাৰ টোকা। পঞ্জাৱ আৰক্ষীৰ ডি আই জিলৈ তেওঁ এই ১২ পৃষ্ঠাৰ পত্ৰখন লিখিছিল। তাত লিখা আছে যে আৰক্ষী বিষয়াজন শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হৈছিল। জীৱনৰ সকলো সঞ্চয় হেৰুৱাই মানসিক বিষণ্ণতাত ভুগিছিল আৰক্ষী বিষয়াগৰাকী। যাৰ বাবেই এই ঘটনা সংঘটিত হয়।

আৰক্ষী বিষয়া বৰুণ শৰ্মাই কয় যে গুলীচালনাৰ খবৰ পোৱাৰ লগে লগে আমি আই পি এছ বিষয়াজনৰ ঘৰলৈ গৈ ৰক্তাক্ত অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিলোঁ। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ অৱস্থা অত্যন্ত সংকটজনক।

উল্লেখ্য যে এই প্ৰাক্তন পঞ্জাৱ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ২০১৫ চনত ফৰিদকোটত বেহবাল কালান আৰু কোটকাপুৰাত শিখসকলৰ সমাৱেশত গুলীচালনাৰ অভিযোগ উত্থাপন হৈছিল।

২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত ফৰিদকোটৰ এখন আদালতত এছ আই টিয়ে সেই গোচৰৰ অভিযোগনামা দাখিল কৰে। তাত অমৰ সিং আৰু কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰা হৈছিল। সেইগৰাকী অমৰ সিঙৰ আত্মহননৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী বিষয়াসকলে গোটেই ঘটনাটো পুংখানুপুংখভাৱে চাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd