• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত বানৰ সংহাৰৰ সময়তে পৰিস্থিতি পৰ্যালোচনাৰ বাবে দিছপুৰত নাই এজনো মন্ত্ৰী  

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 12:37 pm
ATTACHMENT
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত প্ৰথমটো বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা তথা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেই কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে সম্প্ৰতি মন্ত্ৰীশূণ্য হৈ আছে দিছপুৰ।

ৰাজ্যৰ প্রশাসন যন্ত্রৰ অভিকেন্দ্র দিছপুৰ সচিবালয়ত সম্প্ৰতি এজনো মন্ত্রী নাই বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই। দিছপুৰত কার্যালয়ত বহি বিভাগীয় কাম-কাজ পৰ্যবেক্ষণ কৰাৰ বিপৰীতে মন্ত্রীবর্গ অ’ত- ত’ত ঘূৰি ফুৰাহে পৰিলক্ষিত হৈছে৷

Apply Now

উল্লেখযোগ্য যে দুবছৰ অতিক্রম কৰা ৰাজ্য চৰকাৰখনে আড়ম্বৰপূর্ণ বর্ষপূর্তি পালন কৰা নাই যদিও জনসম্পর্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি অধিকাংশ মন্ত্রীয়ে বৰ্তমান বিশিষ্ট ব্যক্তিৰ পদূলিত ভিৰ কৰিছেহি৷ একে সময়তে কনকলতা আঁচনিৰ অধীনত ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে মহিলা সমাৰোহৰ৷ মহিলা আত্মসহায়ক গোটসমূহৰ মাজত ৩৫০ কোটি টকাৰ বিত্তীয় সাহায্য বিতৰণৰ নামত এই পর্যন্ত লখিমপুৰ, পলাশবাৰী আৰু শিৱসাগৰত চৰকাৰে মহিলা সমাৰোহৰ আয়োজন কৰিছে৷

মুখ্যমন্ত্রী, বিত্তমন্ত্রীকে ধৰি কেইবাজনো মন্ত্রী ইয়াতেই ব্যস্ত থকা পৰিলক্ষিত হৈছে৷ মন্ত্রী-আমোলা, বিষয়া-কর্মচাৰী কাৰোৱেই মাজত কর্মব্যস্ততা নাই৷ কৰিবলগীয়াও যেন একো নাই৷ দিছপুৰত সম্প্রতি এই দৃশ্যই সহজলভ্য৷ বছৰৰ প্রথমটো বানত বৰাক-ব্রহ্মপুত্র উপত্যকাৰ বিস্তৃত অঞ্চল জলমগ্ন হোৱাৰ উপৰি লক্ষাধিক লোক আক্রান্ত হৈছে৷ কিন্তু বান পৰিস্থিতি পর্যালোচনা কৰিবলৈ দিছপুৰত জলসম্পদ মন্ত্রী কেশৱ মহন্ত আৰু দুযোর্গ প্রশমন মন্ত্রী ভৱেশ কলিতা উপস্থিত নথকাটোৱে লক্ষণীয়।

ৰাইজৰ দুযোর্গৰ সময়ত বান পৰিস্থিতিক অগ্রাধিকাৰ দি দায়িত্বশীল মন্ত্রীয়ে যি তৎপৰতা প্রদর্শন কৰিব লাগিছিল সেয়া সম্প্ৰতি পৰিলক্ষিত হোৱা নাই৷ মুখ্যমন্ত্রী সোণোৱালেও হয়তো মন্ত্রীদ্বয়ক কোনো স্পষ্ট নির্দেশনা দিয়া নাই৷ কেৱল এই দুগৰাকী মন্ত্রীয়েই নহয়, বিগত কেইদিনত মন্ত্রীশূন্য দিছপুৰত প্রশাসনিক ক্ষেত্রত কোনো তৎপৰতা নাই৷ বিষয়টোৱে ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd