• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত মুখ্য মন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰক : প্ৰাক্তন আক্ৰাছু সভাপতি বিশ্বজিৎ ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 12:30 pm
15regbiswajitroy_181758-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ বিজেপি চৰকাৰ এই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি বৃহস্পতিবাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে মন্তব্য কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি  বিশ্বজিৎ ৰায়ে।

ৰায়ে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে যোৱা লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ শাসনলৈ আহিছিল। কিন্তু  শাসনত অহাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে জনজাতিকৰণৰ বিষয়টো সমাধান নকৰি বিজেপি দলে অসমৰ ছয় জনগোষ্ঠীক চৰম ভাৱে প্ৰতাৰণা কৰিলে l

Apply Now

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ওৰামে এবছৰৰ পূৰ্বে জনজাতিকৰণৰ সন্দৰ্ভত কাম কাজ চলি থকা বুলি মন্তব্য কৰিছিল। আনকি যোৱা ২০১৫ চনৰ বিটিচি নিৰ্বাচনৰ সময়তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰতে জনজাতিকৰণ কৰিম বুলি মন্তব্য কৰিছিল।

কিন্তু লক্ষ্যণীয়ভাৱে আজি একেগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ওৰামে কৰা মন্তব্যত অসমৰ ছয় জনগোষ্ঠীৰ আবেগক লৈ যে বিজেপিয়ে হেতালী খেলি আছে সেয়া স্পষ্ট হৈ পৰিল।

কোচ ৰাজবংশীয়ে ১৯৬৮ৰ পৰা জনজাতিৰ মৰ্যাদা বিচাৰি আহিছে। আৰু ১৯৯৬ চনত সকলো অনুমোদন হোৱাৰ পাছত তদানীন্তন ৰাষ্ট্ৰপতি ড০ শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে এবছৰৰ বাবে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল।

উল্লেখ্য যে তদানীন্তন অটল বিহাৰী বাজপেয়ীৰ চৰকাৰতো জুৱেল ওৰামে একে দপ্তৰৰ দায়িত্বত আছিল। আৰু ২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদৰ মজিয়াত কোচ ৰাজবংশীসকলক জনজাতি প্ৰদান কৰিবলৈ অনুমোদন হোৱা বুলি ঘোষণা কৰিছিল। এতিয়া একে গৰাকী মন্ত্ৰীয়ে ওলোটা খৰ মৰাতো অতি দূৰ্ভাগ্যজনকেই নহয় চৰম প্ৰতাৰণা। বিজেপি চৰকাৰৰ এই প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ ছয় জনগোষ্ঠীয়ে  দিবই লাগিব বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৰায়ে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd