• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UPSC ‘ক্ৰেক’ বিহাৰৰ যুৱকৰ; প্ৰশিক্ষণলৈ যোৱাৰ পিছত জানিব পাৰিলে যে তেওঁৰ ৰিজাল্টেই ভুৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 1:26 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই এ এছ হ’বলৈ ইউ পি এছ চি চিভিল চাৰ্ভিচেছৰ পৰীক্ষা ‘ক্ৰেক’ কৰাৰ পিছত তেওঁ প্ৰশিক্ষণৰ বাবে সকলো টালি-টোপোলা বান্ধি পিতৃ-মাতৃৰ সৈতে মিছৌৰীত উপস্থিত হৈছিল। কিন্তু যেতিয়া তেওঁ লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচন (এল বি এছ এন এ)লৈ গৈ প্ৰশিক্ষণৰ বিষয়ে সোধা-পোছা কৰিলে, তেতিয়া তেওঁ গম পালে যে তেওঁৰ ৰিজাল্ট ভুৱা!

এল বি এছ এন এ কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে বিহাৰৰ সাৰণ নিবাসী পুষ্পেশ সিঙে ভুৱা ফলাফল লৈ একাডেমীলৈ প্ৰশিক্ষণৰ বাবে আহিছিল। তদন্তৰ সময়ত বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীক অৱগত কৰা হয়। আৰক্ষী আৰু আই বিয়ে যৌথভাৱে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Apply Now

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে পুষ্পেশে গুৰুগ্ৰামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল। কৰ্তৃপক্ষই জনোৱা মতে, ইউ পি এছ চি পৰীক্ষাৰ ভুৱা ফলাফলৰ বলি হৈ তেওঁ প্ৰশিক্ষণৰ বাবে মিছৌৰীলৈ আহিছিল।

পুষ্পেশে দাবী কৰে যে নথি ভেৰিফিকেচনৰ সময়তহে তেওঁৰ ৰিজাল্ট ভুৱা বুলি প্ৰথমে গম পাইছিল। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ কয় যে গুৰুগ্ৰামত কেইজনমান লোকৰ সৈতে চিনাকি হৈছিল। অভিযোগ অনুসৰি তেওঁলোকে প্ৰথমে অসামৰিক সেৱাৰ পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবে নগদ ১৩ হাজাৰ টকা আৰু পিছত ইউ পি আইৰ জৰিয়তে ১৪,৫৬৪ টকা লৈছিল।

পুষ্পেশে কয় যে ইয়াৰ পিছত তেওঁ হোৱাটছএপত ইউ পি এছ চিৰ বাছনিৰ ফলাফল লাভ কৰে। য’ত তেওঁক প্ৰশিক্ষণৰ বাবে মিছৌৰীৰ একাডেমীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

ইয়াৰ পিছত যেতিয়া তেওঁ অভিভাৱকৰ সৈতে প্ৰশিক্ষণৰ বাবে একাডেমীত উপস্থিত হয়, তেতিয়া কৰ্তৃপক্ষই গম পালে যে পুষ্পেশ ভুৱা ৰিজাল্ট লৈ আহিছে। এই তথ্য লাভ কৰাৰ লগে লগে মিছৌৰী আৰক্ষী, স্থানীয় তদন্তকাৰী সংস্থা আৰু চোৰাংচোৱা ব্যুৰোৰ বিশেষ দল এটাই তাত উপস্থিত হয়। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত জিৰো এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd