• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 10:20 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। জানিব পৰা মতে, প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকী পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মঙলবাৰে তাতেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

উল্লেখযোগ্য যে ২০১০ চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত প্ৰয়াত নেতাগৰাকীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। তাৰ বাবে কালমাডীক গ্ৰেপ্তাৰো কৰা হৈছিল।

Apply Now

জানিব পৰা মতে, কিছুদিন ধৰি অসুস্থ হৈ আছিল কালমাডী। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মঙলবাৰে বিয়লি পুনেৰ বৈকুণ্ঠ শ্মশানত কালমাডীৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব।

প্ৰয়াত কলমাডীৰ পৰিয়ালত তেওঁৰ পত্নী, জোঁৱাই, বোৱাৰী, নাতি-নাতিনী আছে। শেষকৃত্যৰ পূৰ্বে প্ৰয়াত নেতাগৰাকীৰ মৃতদেহ কালমাডী হাউচত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখা হ’ব। লক্ষণীয় যে কংগ্ৰেছ নেতা হিচাপে পুনেত কালমাডী অতি জনপ্ৰিয় আছিল।

যদিও তেওঁ ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল, তথাপিও ভাৰতীয় ক্ৰীড়া জগতত কালমাডী সুপৰিচিত আছিল। তেওঁ ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি আছিল। তাৰ পৰাই কলমাডীৰ নাম কমনৱেলথ গেমছৰ দুৰ্নীতিৰ লগত জড়িত হৈ পৰে। কংগ্ৰেছে কালমাডীক দলৰ পৰা বহিষ্কাৰ কৰিছিল।

পৰৱৰ্তী সময়ত ২০১৬ চনত কালমাডী অলিম্পিক সন্থাৰ আজীৱন সভাপতি নিৰ্বাচিত হয়। কিন্তু ক্ৰীড়া মন্ত্ৰীয়ে সেই নিৰ্বাচনৰ তদন্তৰ নিৰ্দেশ দিয়ে। তাৰ বাবেই কালমাডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰা নাছিল।

কিন্তু মৃত্যুৰ পূৰ্বে কমনৱেলথ গেমছৰ দুৰ্নীতিৰ পৰা ক্লিন চিট লাভ কৰিছিল কালমাডীয়ে। যোৱা এপ্ৰিল মাহত ইডিয়ে কমনৱেলথ গেমছ কেলেংকাৰিৰ ‘ক্লজাৰ ৰিপ’ৰ্ট’ দিল্লীৰ আদালতত দাখিল কৰিছিল।

প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে যে দীৰ্ঘদিনীয়া তদন্তৰ পিছতো কমনৱেলথ গোচৰত আৰ্থিক দুৰ্নীতিৰ কোনো প্ৰমাণ পোৱা নগ’ল। ইডিৰ ক্লজাৰ ৰিপ’ৰ্ট মানি লয় আদালতে। ইতিমধ্যে ২০১৪ চনতে এই গোচৰত চিবিআইয়ে ক্লজাৰ ৰিপ’ৰ্ট দিছিল। কমনৱেলথ গেমছত চিবিআইয়েও কোনো দুৰ্নীতি পোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd