• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেএনইউত মোদী বিৰোধী শ্লোগান, ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ প্ৰস্তুতি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 9:30 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জেএনইউত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান দিয়া কাৰ্যক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অভিযুক্ত ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। এই সন্দৰ্ভত জেএনইউৰ মুখ্য নিৰাপত্তা বিষয়াই ইতিমধ্যে দিল্লীৰ বসন্ত কুঞ্জ আৰক্ষী থানালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনৰ জৰিয়তে কেম্পাছৰ ভিতৰত উচটনিমূলক শ্লোগান দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবলৈ আৰক্ষীক আনুষ্ঠানিকভাৱে অনুৰোধ জনোৱা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে দেশৰ শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এনেধৰণৰ শ্লোগান দিয়াটো গণতান্ত্ৰিক মৰ্যাদাৰ পৰিপন্থী। ইয়াৰ উপৰি এনে আচৰণে বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত আচৰণ বিধি উলংঘা কৰিছে বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে এই শ্লোগানসমূহ কোনো স্বতঃস্ফূৰ্ত আৱেগৰ ফল নাছিল, বৰঞ্চ সচেতনভাৱেহে এনে কৰা হৈছিল। শিক্ষানুষ্ঠানৰ অনুশাসন আৰু শান্তি-সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু অভিযুক্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামো ইতিমধ্যে আৰক্ষীক যোগান ধৰা হৈছে।

Apply Now

এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল ২০২০ চনৰ দিল্লী দাঙ্গাৰ অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পাছত। আদালতে মন্তব্য কৰিছিল যে দাঙ্গাৰ ষড়যন্ত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ইয়াৰ পিছতে জেএনইউৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সোমবাৰে সন্ধিয়া প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি বিজেপি দলো ক্ষুব্ধ হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এই কাৰ্যক তীব্ৰ গৰিহণা দি জেএনইউক একাংশ জাতীয় বিৰোধী মানসিকতাৰ লোকৰ আশ্ৰয়স্থল বুলি সমালোচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm
লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm
লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd