• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্প-পুটিনৰ অৰিয়াঅৰিত বিপদত ৩ ভাৰতীয়! কেনেকৈ মুকলি হ’ব তেওঁলোক? বাঢ়িছে উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2026 8:43 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা-ৰাছিয়াৰ ভূ-ৰাজনৈতিক অৰিয়াঅৰিৰ বাবে বিপদত পৰিছে তিনিগৰাকী ভাৰতীয় নাৱিক। বুধবাৰে অশান্ত উত্তৰ আটলাণ্টিক মহাসাগৰত আমেৰিকান সেনাই ৰাছিয়াৰ পতাকা থকা তেল টেংকাৰ ‘মেৰিনেৰা’ জব্দ কৰে।

আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা কৰি ভেনিজুৱেলাৰ পৰা তেল পৰিবহণ কৰাৰ অভিযোগত আমেৰিকাই জাহাজখনক আটক কৰি ৰাখিছে। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম ‘আৰ টি’ৰ মতে জাহাজখনৰ ক্ৰু মেম্বাৰৰ ভিতৰত আছিল তিনিজন ভাৰতীয় নাগৰিক।

Apply Now

‘আৰ টি’ৰ বাতৰি অনুসৰি ‘মেৰিনেৰা’ত মুঠ ২৮ জন ক্ৰু আছিল। গৰিষ্ঠসংখ্যক ১৭ জন আছিল ইউক্ৰেইনৰ নাগৰিক। ইয়াৰ উপৰিও ছয়জন জৰ্জিয়ান, তিনিজন ভাৰতীয় আৰু দুজন ৰাছিয়ান। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে যে প্ৰথমে টেংকাৰখন কেৰিবিয়ান দেশ গায়ানাৰ পতাকাবাহী আছিল। ইয়াক ভাড়া কৰিছিল এজন ব্যক্তিগত ব্যৱসায়ীয়ে।

বৰ্তমান আমেৰিকাৰ জিম্মাত আছে জাহাজখন। কিন্তু জব্দ কৰাৰ পিছত আমেৰিকালৈ লৈ যোৱা হৈছে নে আন ঠাইলৈ লৈ যোৱা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পেন্টাগনে অভিযোগ কৰিছে যে ভেনিজুৱেলাৰ তেল যোগানৰ ওপৰত আমেৰিকাৰ কঠোৰ নিষেধাজ্ঞা অমান্য কৰি জাহাজখনে ‘ছাঁয়া বহৰ’ৰ অংশ হিচাপে কাম কৰিছিল। আমেৰিকাৰ যুদ্ধজাহাজ আৰু হেলিকপ্টাৰৰ পৰা কমাণ্ডো অৱতৰণ কৰি ৱাশ্বিংটনে জাহাজখনৰ নিয়ন্ত্ৰণ লয়।

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল জাহাজত থকা তিনিজন ভাৰতীয় নাৱিকৰ কি হ’ব? হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে স্পষ্ট কৰি দিছে যে জাহাজখনৰ নাৱিকসকলক তৎক্ষণাত মুকলি কৰি দিয়া নহ’ব। আমেৰিকাৰ আদালতত বিচাৰৰ বাবে তেওঁলোকক আমেৰিকালৈ লৈ যোৱা হ’ব পাৰে।

এই পৰ্যন্ত এই সন্দৰ্ভত ভাৰত চৰকাৰৰ কোনো আনুষ্ঠানিক সঁহাৰি বা বিবৃতি পোৱা নাই। অৱশ্যে চাউথ ব্লকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি অনুমান কৰা হৈছে। ভাৰতীয় দূতাবাসে আমেৰিকা আৰু ৰাছিয়াৰ সৈতে যোগাযোগ কৰি ভাৰতীয় নাৱিকসকলক আইনী সহায় আগবঢ়াব পাৰে বুলিও অনুমান কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd