• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা: ফেনীত উদ্ধাৰ হ’ল শমীৰ কুমাৰ দাসৰ মৃতদেহ

by
January 13, 2026 3:37 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ফেনী জিলাত পুনৰ এজন হিন্দু লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাই চুবুৰীয়া দেশখনত সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। মৃত ব্যক্তিজনৰ নাম শমীৰ কুমাৰ দাস বুলি জানিব পৰা গৈছে আৰু তেওঁ ফেনীৰ দাগনভূঞা অঞ্চলৰ বাসিন্দা আছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ১১ জানুৱাৰীৰ নিশা শমীৰ কুমাৰ দাসে নিজৰ অটোৰিক্সাখন লৈ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছত নিশা প্ৰায় ২ বজাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Apply Now

ফেনী জিলাৰ আৰক্ষী মুৰব্বী শফিকুল ইছলামে সংবাদ মাধ্যমক জনাইছে যে শমীৰ কুমাৰ দাসে নিশা ৮ বজাৰ পিছত ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে নিখোজ হৈছিল। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰে। যদিও বৰ্তমানলৈকে এই ঘটনাত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তথাপিও আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু দোষীক চিনাক্ত কৰিবলৈ চেষ্টা চলাই আছে। অভিযোগ উঠিছে যে আক্ৰমণকাৰীয়ে শমীৰ কুমাৰ দাসৰ উপাৰ্জনৰ একমাত্ৰ উৎস হিচাপে থকা অটোৰিক্সাখনো লুটি লৈ গৈছে।

এই হত্যাকাণ্ডৰ পিছতে বিজেপি নেতা অমিত মালব্যই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। তেওঁ সামাজিক মাধ্যম এক্সৰ জৰিয়তে কয় যে বাংলাদেশৰ চৰকাৰে হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ ওপৰত হোৱা নিৰ্যাতন ৰোধ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই।

ইয়াৰ উপৰিও অমিত মালব্যই পশ্চিম বংগৰ ৰাজনীতিৰ প্ৰসংগ টানি আনি কয় যে যদি ২০২৬ চনত মমতা বেনাৰ্জী পুনৰ ক্ষমতালৈ আহে, তেন্তে পশ্চিম বংগৰ হিন্দুসকলৰ অৱস্থাও বাংলাদেশৰ দৰেই হ’ব পাৰে। তেওঁ হৰগোবিন্দ দাস আৰু তেওঁৰ পুত্ৰ চন্দন দাসৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰি সকীয়াই দিয়ে যে হিন্দু বঙালীসকলে কোনো ভ্ৰমৰ মাজত থকা উচিত নহয়। বৰ্তমান এই ঘটনাই দুয়োখন দেশৰ ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে। ইফালে ফেনী আৰক্ষীয়ে আশ্বাস দিছে যে তেওঁলোকে ঘটনাটোৰ সঠিক তদন্ত কৰি অপৰাধীক অতি সোনকালে কৰায়ত্ত কৰিব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd