• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বাণিজ্যি চুক্তি সম্পন্ন, ৰাছিয়াৰ তেলো নিকিনে মোদীয়ে’, ভাৰতৰ শুল্ক ১৮ শতাংশ কমোৱাৰ ঘোষণা ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2026 8:01 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক বিবাদৰ মাজতে পাৰস্পৰিক শুল্ক ২৫ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সোমবাৰে ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত অৱনতি ঘটা সম্পৰ্ক অলপ নৰম হোৱাৰ দিশটোকে প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা ট্ৰাম্পৰ ফোন কলৰ পিছতে এই ঘোষণা কৰা হৈছে। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া চাইট ‘ট্ৰুথ ছ’চিয়েল’ত এটা পোষ্টত মোডীক ‘উদাৰ বন্ধু আৰু শক্তিশালী নেতা’ বুলি উল্লেখ কৰি কয় যে তেওঁলোকে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাকে ধৰি বিভিন্ন বিষয়ত কথা পাতিছে। ট্ৰাম্পে দাবী কৰে যে দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিও হৈছে।

Apply Now

পোষ্টটোত তেওঁ লিখিছে যে মোদীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ সন্মত হৈছে আৰু আমেৰিকা তথা ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিবলৈ আগ্ৰহী বুলি ইংগিত দিছে।

ট্ৰাম্পৰ এই ঘোষণাই এতিয়া ২৫ শতাংশ শুল্কৰ হাৰহে সলনি কৰিলে যদিও ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক এতিয়াও চলি আছে। অৰ্থাৎ এতিয়াও সকলো শুল্ক সম্পূৰ্ণৰূপে উঠাই লোৱা হোৱা নাই।

ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনাত কেইবামাহো ধৰি মতানৈক্য অব্যাহত থকাৰ সময়তে ট্ৰাম্পৰ এই ঘোষণা আহিছে। বিশেষকৈ ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত আমেৰিকাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে – ইয়াক ইউক্ৰেইনৰ যুদ্ধৰ বাবে ধন আগবঢ়োৱা বুলি ভাবে আৰু ইয়াৰ ফলস্বৰূপে ভাৰতত ভাৰতীয় সামগ্ৰীয়েও বৃহৎ শুল্কৰ সন্মুখীন হৈছে। এনে পৰিপ্ৰেক্ষিতত নতুন শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্তই দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্ক কিছু মসৃণ কৰি তুলিছে।

ইপিনে, ট্ৰাম্পে ৰাছিয়াৰ সলনি ভেনিজুৱেলাৰ তেল ক্ৰয় কৰাৰ প্ৰস্তাৱৰ কথাও উল্লেখ কৰিছে, যিটো ভাৰতৰ তেল আমদানিৰ নক্সা সলনিৰ বাবে এক বৃহৎ কৌশলগত পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। ইতিমধ্যে ভেনিজুৱেলাৰ তেল আমদানি সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে, কিয়নো আমেৰিকাই ভেনিজুৱেলাৰ খাৰুৱা তেল অধিক সহজে বজাৰত প্ৰৱেশ কৰিবলৈ দেশখনৰ ওপৰত থকা কিছু নিষেধাজ্ঞা শিথিল কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে ট্ৰাম্পৰ ঘোষণাৰ কেইঘণ্টামান পূৰ্বে ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ পৰে আৰু ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে এটা ইংগিতদায়ক বাৰ্তা দিয়ে। তেওঁ লিখিছে, “ৰাষ্ট্ৰপতি ট্ৰাম্পে এইমাত্ৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কথা পাতিছে। দৃষ্টি ৰাখক।” ইয়াৰ পিছতে এই গুৰুত্বপূৰ্ণ ঘোষণা।

Wonderful to speak with my dear friend President Trump today. Delighted that Made in India products will now have a reduced tariff of 18%. Big thanks to President Trump on behalf of the 1.4 billion people of India for this wonderful announcement.

When two large economies and the…

— Narendra Modi (@narendramodi) February 2, 2026

এই প্ৰসংগত চাৰ্জিঅ’ গোৰৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। ২০২৫ চনৰ শেষৰ ফালে ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিশ্চিত হোৱাৰ পিছত ২০২৬ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ বাৰে বাৰে ট্ৰাম্প আৰু মোডীৰ বন্ধুত্বক ‘বাস্তৱ আৰু শক্তিশালী’ বুলি অভিহিত কৰি কয় যে তেওঁলোকৰ মাজত মতানৈক্য থকাৰ পাছতো দুয়োখন দেশৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd