• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

আকাশ মাৰ্গতো হ’ব ভয়ংকৰ যান-জঁট : ২০৩০ চনত কৃত্ৰিম উপগ্ৰহৰ বিকল অংশই সৃষ্টি কৰিব বাধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 5:30 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমান যাত্ৰাৰ ক্ষেত্ৰত বৰ্তমান সময়ত প্ৰতিকূল বতৰ বা কাৰিকৰী বিজুতিয়েই আটাইতকৈ ডাঙৰ সমস্যা বুলি গণ্য কৰা হয় যদিও অনাগত দিনত এক নতুন সংকটে আকাশী পথত দেখা দিব। শেহতীয়া বৈজ্ঞানিক গৱেষণা অনুযায়ী, মহাকাশৰ পৰা অনিয়ন্ত্ৰিতভাৱে খহি পৰা বিকল উপগ্ৰহৰ অৱশিষ্ট বা ‘মহাকাশ আৱৰ্জনা’ই বিমান চলাচলত ব্যাপক বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

‘ছাইণ্টিফিক ৰিপ’ৰ্টছ’ত প্ৰকাশ পোৱা তথ্যমতে, এনে উপগ্ৰহ খহি পৰাৰ হাৰ প্ৰতিবছৰে প্ৰায় ২৬ শতাংশকৈ বৃদ্ধি পাইছে, যাৰ ফলত ২০৩০ চনলৈ আকাশী পথত এক অভূতপূৰ্ব যান-জঁটৰ সৃষ্টি হ’ব পাৰে।

Apply Now

প্ৰকৃততে, মহাকাশৰ পৰা খহি পৰা এই ধাতৱ টুকুৰাবোৰৰ সৈতে বিমানৰ সংঘৰ্ষ হোৱাৰ আশংকাই বিশেষজ্ঞসকলক চিন্তিত কৰি তুলিছে। ভৱিষ্যতবাণী কৰা হৈছে যে ২০৩০ চনলৈ বিশ্বত প্ৰায় ৫৮ হাজাৰৰ পৰা ৭০ হাজাৰ নতুন উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব আৰু একে সময়তে ২০৫০ চনলৈ বিমান চলাচলৰ পৰিমাণো বছৰি ৪.২ শতাংশকৈ বৃদ্ধি পাব। এনে পৰিস্থিতিত যদি সঠিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে মহাকাশৰ আৱৰ্জনাৰ পৰা বাচিবলৈ গৈ আকাশী পথত বিমানৰ মাজতে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

পৰিণতিস্বৰূপ, যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ আকাশীপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলগীয়া পৰিৱেশৰ সৃষ্টি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd