• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কোনো ফেচিবাদী শক্তিয়ে যাতে মূৰ তুলিব নোৱাৰে’; বাংলাদেশৰ দায়িত্ব লোৱাৰ পূৰ্বে তাৰিক ৰহমানৰ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 9:10 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ ভাৰত বিৰোধী জামাত মিত্ৰজোঁটক পৰাস্ত কৰি বাংলাদেশত ক্ষমতালৈ আহিছে বিএনপি। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ঐক্যৰ আহ্বান জনাইছে তাৰিক ৰহমানে। শনিবাৰে এখন সংবাদমেলত তাৰিক ৰহমানে কয় যে, ‘কোনো ফেচিবাদী শক্তিয়ে যাতে আকৌ মূৰ তুলিব নোৱাৰে’।

তাৰিক ৰহমানে সকলোৰে মাজত ঐক্যৰ আহ্বান জনাইছে। তেওঁ কয়, ‘জাতীয় ঐক্য আমাৰ শক্তি, বিভাজন আমাৰ দুৰ্বলতা। আমি সকলোৰে ওপৰত উঠি ধৰ্ম-দল নিৰ্বিশেষে কাম কৰিব লাগিব। আমি দেশৰ আইন-শৃংখলা ৰক্ষা কৰিব লাগিব, আইন সকলোৰে বাবে একেই হ’ব।’ বাংলাদেশত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে এয়া আছিল খালেদা পুত্ৰৰ বাৰ্তা।

Apply Now

তাৰিক ৰহমানক অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লিখিছে, গণতান্ত্ৰিক, প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতে সমৰ্থন অব্যাহত ৰাখিব। আমাৰ বহুমাত্ৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে আৰু আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী। পিছত প্ৰধানমন্ত্ৰীয়ে তাৰিক ৰহমানৰ সৈতে ফোনযোগেও কথা পাতে।

বাংলাদেশৰ সিংহাসনত কেতিয়া বহিব খালেদাপুত্ৰ তাৰিকে? সূত্ৰসমূহে কয় সোমবাৰ বা মঙলবাৰে বহিব পাৰে। পৰিৱৰ্তনৰ ঢৌক আকোৱালি লৈ নতুন চৰকাৰক আদৰিবলৈ বাংলাদেশে অপেক্ষা কৰি আছে। শান্তি ঘূৰি আহক আৰু ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক – সেয়া দেশবাসীৰ আশা। তাৰিক ৰহমানক তেওঁৰ বিশাল জয়ৰ বাবে বিভিন্ন মহলে অভিনন্দন জনাইছে। নিৰ্বাচনৰ পিছৰ হিংসাত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৬ জন আহত হৈছে।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়ী হোৱাৰ বাবে বাংলাদেশ জাতীয়তাবাদী পাৰ্টি বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানক ছ’চিয়েল মিডিয়াত অভিনন্দন জনায়। তেওঁ লিখিছে, বাংলাদেশ আজি বিশ্বত এক নতুন সম্ভাৱনাৰ দুৱাৰমুখত থিয় দিছে। গণতান্ত্ৰিক পৰিৱৰ্তনৰ ঐতিহাসিক প্ৰক্ৰিয়াত জনসাধাৰণৰ এই স্পষ্ট ৰায়দান দেশৰ সাংবিধানিক আৰু গণতান্ত্ৰিক ধাৰাবাহিকতা আৰু প্ৰতিষ্ঠানিক স্থিতিশীলতাৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd