• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তথ্যৰ গোপনীয়তা ৰক্ষাত সন্মতি মেটা আৰু হোৱাটছএপৰ: উচ্চতম ন্যায়ালয়ত স্থগিতাদেশৰ আবেদন খাৰিজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 7:30 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য ‘চুৰি’ৰ অভিযোগক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত সেও মানিবলৈ বাধ্য হ’ল মেটা আৰু হোৱাটছএপ। ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা সন্দৰ্ভত ‘ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণ’ৰ (NCLAT) নিৰ্দেশনা মানি চলিবলৈ আনুষ্ঠানিকভাৱে সন্মতি প্ৰকাশ কৰিছে দুয়োটা প্লেটফৰ্মে। ২০২৬ চনৰ ১৬ মাৰ্চৰ ভিতৰত ব্যৱহাৰকাৰীৰ তথ্য সুৰক্ষাৰ নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিৰে পূৰ্বে দাখিল কৰা স্থগিতাদেশৰ আবেদনো সোমবাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহাৰ কৰে মেটাই।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মল্য বাগছী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠে কোম্পানীসমূহৰ এই প্ৰতিশ্ৰুতি লিপিবদ্ধ কৰি’ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণ’ৰ ৰায়দানৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা আবেদনখন খাৰিজ কৰে।

Apply Now

উল্লেখ্য যে, জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে হোৱাটছএপ আৰু মেটাৰ হৈ আদালতত হাজিৰ হোৱাৰ বিপৰীতে ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ (CCI) হৈ জ্যেষ্ঠ অধিবক্তা মাধৱী দিৱান উপস্থিত থাকে। অধিবক্তা ছিবালে আদালতক জনায় যে তেওঁলোকে ইতিমধ্যে এক শপতনামা দাখিল কৰিছে আৰু কোনো আইন উলংঘা কৰাৰ প্ৰশ্নই নুঠে। ইয়াৰ পূৰ্বে ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত শুনানিত উচ্চতম ন্যায়ালয়ে মেটা আৰু হোৱাটছএপৰ তথ্য ভাগ-বতৰা নীতিৰ বাবে তীব্ৰ সমালোচনা কৰিছিল। আদালতে বৰ্তমানৰ বজাৰ স্থিতিৰ সুযোগ লৈ ব্যক্তিগত তথ্য সংগ্ৰহ কৰা কাৰ্য্যক “চুৰি কৰাৰ এক মান্য উপায়” বুলি অভিহিত কৰিছিল আৰু ভাৰতীয় নাগৰিকৰ তথ্যৰ শোষণৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছিল।

ভাৰতীয় প্ৰতিযোগিতা আয়োগে আৰোপ কৰা ২১৩.১৪ কোটি টকাৰ জৰিমনাৰ বিৰুদ্ধে কৰা আপীলৰ শুনানি গ্ৰহণ কৰি আদালতে মন্তব্য কৰিছিল যে এনে গোপনীয়তা নীতিয়ে “সাংবিধানিকতাবাদক উপহাস” কৰিছে। যিহেতু এই প্লেটফৰ্মসমূহৰ বজাৰত একচেটিয়া আধিপত্য আছে, সেয়েহে ব্যৱহাৰকাৰীসকলক আগবঢ়োৱা পছন্দটো প্ৰকৃত পছন্দ নহয়, বৰঞ্চ ই একপক্ষীয় চুক্তিৰ দৰেহে। ২০২১ চনৰ পৰা আৰম্ভ হোৱা এই বিবাদত ভাৰতীয় প্ৰতিযোগিতা আয়োগয়ে নিৰ্দেশ দিছে যে হোৱাটছএপৰ নীতিত অন্য মেটা কোম্পানীৰ সৈতে তথ্য ভাগ-বতৰা কৰাৰ উদ্দেশ্য আৰু সবিশেষ ব্যাখ্যা স্পষ্টকৈ থাকিব লাগিব। তদুপৰি হোৱাটছএপ সেৱা লাভৰ বাবে অন্য মেটা কোম্পানীৰ সৈতে তথ্য ভাগ-বতৰা কৰাটো বাধ্যতামূলক চৰ্ত হ’ব নোৱাৰিব আৰু ব্যৱহাৰকাৰীৰ বাবে ‘অপ্ট-আউট’ (Opt-out) বিকল্পৰ লগতে পছন্দ পৰিৱৰ্তনৰ সুবিধা থাকিব লাগিব। আদালতে বিষয়টো ২০২৬ চনৰ মাৰ্চ মাহত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd