• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোপালত ভয়ংকৰ যৌন ৰেকেটৰ উন্মোচন: দুই ভগ্নীৰ জালত পৰি সৰ্বস্ব হেৰুৱালে বহু যুৱতীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 9:31 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোপালত পোহৰলৈ আহিছে এক অতি ভয়ংকৰ আৰু ঘৃণনীয় কাণ্ড। চাকৰিৰ প্ৰলোভন দি যুৱতীসকলক ড্ৰাগছ খুৱাই ধৰ্ষণ কৰা আৰু বলপূৰ্বক ধৰ্মান্তৰ কৰোৱা এটা বৃহৎ চক্ৰক আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে। এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আছিল আফ্ৰিন আৰু আমৰিণ নামৰ দুই ভগ্নী। বৰ্তমান আৰক্ষীয়ে এই দুই ভগ্নীক গ্ৰেপ্তাৰ কৰিছে যদিও তেওঁলোকৰ দলটোৰ আন তিনিজন সদস্য এতিয়াও পলাতক হৈ আছে।

এই সমগ্ৰ ঘটনাটো তেতিয়া পোহৰলৈ আহে যেতিয়া ছত্তীশগড়ৰ এগৰাকী ২১ বছৰীয়া বিউটিচিয়ান আৰু আন এগৰাকী মহিলাই পৃথককৈ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে জনোৱা মতে, আমৰিন নামৰ মহিলাগৰাকীয়ে তেওঁক ভাল চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বিশ্বাস জিকি লৈছিল। ইয়াৰ পিছতে তেওঁক ভোপালৰ এটা ফ্লেটলৈ লৈ যোৱা হয় আৰু তাত চাহৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি ধৰ্ষণ কৰা হয়। কেৱল এয়াই নহয়, পাছত তেওঁক আহমেদাবাদলৈ লৈ গৈ আন কেইবাজনো লোকৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱা হয়।

Apply Now

আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, এই চক্ৰটোৱে আৰ্থিকভাৱে দুৰ্বল ছোৱালীবোৰক লক্ষ্য কৰি লৈছিল। যুৱতীসকলক আপত্তিজনক অৱস্থাত ফটো আৰু ভিডিঅ’ তুলি ব্লেকমেইল কৰা হৈছিল যাতে তেওঁলোকে মুখ খুলিব নোৱাৰে। তেওঁলোকক চুটি কাপোৰ পিন্ধিবলৈ আৰু ধনী গ্ৰাহকৰ ওচৰলৈ যাবলৈ বাধ্য কৰোৱা হৈছিল। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল, যুৱতীসকলক ড্ৰাগছৰ আসক্ত কৰি তোলা হৈছিল আৰু বলপূৰ্বক ধৰ্ম সলনি কৰি বোৰ্খা পিন্ধিবলৈ হেঁচা দিয়া হৈছিল।

ইফালে একেটা ফ্লেটতে কাম কৰা আন এগৰাকী মহিলাইও একেধৰণৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ আৰক্ষীক ইয়াৰ ভিডিঅ’ প্ৰমাণো যোগান ধৰিছে। জানিব পৰা মতে, অভিযুক্ত ভগ্নীদ্বয়ে ভোপালৰ এটা আড়ম্বৰপূৰ্ণ কলনীত বাস কৰিছিল। চুবুৰীয়াসকলে জনোৱা মতে, সেই ফ্লেটটোলৈ নিশা হ’লেই অচিনাকি পুৰুষৰ আহ-যাহ চলিছিল, যিয়ে আগৰে পৰা সন্দেহৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd