• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আফগানিস্তানৰ আক্ৰমণত নিহত ৫৫ পাক সেনা’; বিমান আক্ৰমণেৰে ‘প্ৰত্যক্ষ যুদ্ধ’ ঘোষণা পাকিস্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2026 7:44 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানৰ সৈতে ‘প্ৰত্যক্ষ যুদ্ধ’ ঘোষণা কৰিছে পাকিস্তানে। বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰে পুৱা কাবুল আৰু ইছলামবাদৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ মাজতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয়, ‘আমাৰ ধৈৰ্য্যই সকলো সীমা অতিক্ৰম কৰিলে। এতিয়া আমাৰ আৰু তোমালোকৰ মাজত প্ৰত্যক্ষ যুদ্ধ হ’ব।’

এতিয়ালৈকে আফগানিস্তানৰ তালিবান চৰকাৰে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই যদিও পৰিস্থিতি অতি উত্তেজনাপূৰ্ণ হৈ আছে। আফগানিস্তানে বৃহস্পতিবাৰে নিশা পাকিস্তানৰ সীমান্তৰক্ষীক লক্ষ্য কৰি লয়। তাৰ কিছু ঘণ্টাৰ পাছত পাকিস্তানে আফগানৰ ৰাজধানী কাবুলত বিমান আক্ৰমণ চলায়। দুয়োখন দেশে এই আক্ৰমণৰ প্ৰতিশোধ লোৱা বুলি দাবী কৰিছে।

Apply Now

ইপিনে, আফগানিস্তানে ৫৫ জন পাকিস্তানী জোৱান নিহত কৰা বুলি দাবী কৰিছে। পিছত ইছলামাবাদে দাবী কৰিছে যে এই বিমান আক্ৰমণত ১৩৩ জন তালিবান যোদ্ধা নিহত হৈছে।

এই সংঘাতৰ সূত্ৰ বহুদিনৰ পৰা লুকাই আছে যদিও বৃহস্পতিবাৰৰ নিশাৰ পৰা পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। কাবুলে দাবী কৰিছে যে পাকিস্তানে যোৱা দেওবাৰে আফগান সীমান্ত অঞ্চলত পাকিস্তানে সংঘটিত কৰা নিৰ্লজ্জ বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে। পাকিস্তান সীমান্ত অঞ্চলৰ এটা সামৰিক চকীক লক্ষ্য কৰি লোৱা হয়।

আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশা চাৰি ঘণ্টীয়া অভিযানত ৫৫ জন পাকিস্তানী জোৱান নিহত হোৱা বুলি দাবী কৰিছে। আফগানিস্তানলৈ অনা হৈছে কেইবাজনো পাকিস্তানী জোৱানৰ মৃতদেহ। একাংশ জোৱানক জীৱিত অৱস্থাত বন্দী কৰা হৈছে। মুঠতে পাকিস্তানী সেনাৰ ১৯টা পোষ্ট আৰু দুটা বেৰেক ধ্বংস কৰা হৈছে। কাবুলে দাবী কৰিছে যে সেই অভিযানত আঠজন আফগান নিহত হোৱাৰ লগতে ১১ জন আহত হৈছে।

অৱশ্যে আফগানিস্তানৰ এই দাবী নাকচ কৰিছে পাকিস্তানে। সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুখপাত্ৰ মুশ্বাৰফ আলী জাইদীয়ে দাবী কৰে যে আফগানিস্তানে কোনো পাকিস্তানী সৈনিকক বন্দী কৰিব পৰা নাই।

ইয়াৰ পৰিৱৰ্তে প্ৰতিশোধমূলক বিমান আক্ৰমণত ১৩৩ গৰাকী আফগান যোদ্ধা নিহত হৈছে। আহত হৈছে ২০০ৰো অধিক লোক। ৯ জনক বন্দী কৰা হৈছে। আফগানিস্তানৰ ২৭টা পোষ্ট ধ্বংস কৰা হৈছে। তদুপৰি কাবুল, পাকটিয়া আৰু কান্দাহাৰত সংঘটিত হোৱা আক্ৰমণত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলি দাবী কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd