• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘Give to Gain’, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬ৰ আঁৰত কি ডাঙৰ পৰিৱৰ্তনৰ কাহিনী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 12:58 pm
163
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৮ মাৰ্চ, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে এই দিনটো কেৱল উদযাপনৰ দিন নহয়, লিংগ সমতা, নাৰীৰ অধিকাৰ, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাৰ অসাধাৰণ অৱদানক স্বীকৃতি দিয়াৰ দিন। এই বিশেষ দিনটোত সমগ্ৰ বিশ্বই উদযাপন কৰিছে নাৰীৰ সংগ্ৰাম, সাহস আৰু  সফলতাৰ কাহিনী।

আমাৰ চৌপাশৰ বহু অঞ্চলত এতিয়াও বৈষম্য বিদ্যমান। নাৰী দিৱসৰ জৰিয়তে সেই বৈষম্য দূৰ কৰাৰ সংকল্প লোৱা হয়। শিক্ষা, কৰ্ম, জীৱনৰ সকলো দিশতে মহিলাসকলে যাতে সম সুযোগ লাভ কৰে তাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, বা সমাজ, নাৰীয়ে সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে – যিটো আজিৰ দিনটোত বিশেষভাৱে স্মৰণ কৰা হয়।

Apply Now

২০২৬ চনৰ বাবে বিশেষ থিম: ‘Give to Gain’

এইবাৰৰ নাৰী দিৱসৰ মূল বিষয়বস্তু হৈছে ‘ Give to Gain’‘। অৰ্থাৎ আমি যদি মহিলাসকলক আগুৱাই যোৱাৰ সুযোগ দিওঁ, তেতিয়াহে সমগ্ৰ সমাজ আৰু দেশৰ উন্নতি হ’ব। অৰ্থাৎ মহিলাসকলৰ বাবে উন্নত কৰ্মৰ সুযোগ সৃষ্টি কৰি আমি সকলোৱে লাভৱান হ’ব পাৰো।

নাৰী দিৱসৰ ইতিহাস

এই দিনটোৰ আঁৰত এক দীঘলীয়া সংগ্ৰামৰ কাহিনী আছে। ১৯০৮ চনত আমেৰিকাৰ নিউয়ৰ্কৰ কাপোৰৰ কাৰখানাৰ শ্ৰমিকসকলে ৰাজপথলৈ ওলাই আহি উচিত মজুৰি, কামৰ সময় হ্ৰাস কৰা আৰু ভোটাধিকাৰ দাবী কৰিছিল। ইয়াৰ পৰাই আৰম্ভ হৈছিল নাৰী অধিকাৰৰ আন্দোলন। তাৰ পিছত ১৯১১ চনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নাৰী দিৱস পালন কৰা হয়। অৱশেষত ১৯৭৫ চনৰ ৮ মাৰ্চত ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে এই দিৱসক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে ঘোষণা কৰে।

এই দিনটোৰ গুৰুত্ব

আজি আমাক সোঁৱৰাই দিয়ে যে নাৰীক এৰি কোনো দেশ বা সমাজ সমৃদ্ধিশালী হ’ব নোৱাৰে। বৈষম্য দূৰ কৰি এখন সুন্দৰ পৃথিৱী গঢ়িবলৈ নাৰী আৰু পুৰুষৰ সম অংশগ্ৰহণ অতি প্ৰয়োজনীয়। সেয়ে আজি মহিলাৰ বিজয় উদযাপনৰ লগতে নিজৰ অধিকাৰ অৰ্জনৰ বাবে নতুন শপত গ্ৰহণৰ দিন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd