• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ এইবাৰ আমেৰিকাৰ মাটিত! ড্ৰোন আক্ৰমণেৰে কেলিফৰ্ণিয়া ধ্বংস কৰিব ইৰাণে; সকীয়ালে এফ বি আইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 3:27 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধ এইবাৰ আমেৰিকাৰ মাটিত! ইৰাণে কেলিফৰ্ণিয়াৰ পশ্চিম উপকূলত মাৰাত্মক ড্ৰ’ন আক্ৰমণ চলাব পাৰে বুলি ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে (এফ বি আই) সকীয়াই দিছে। পশ্চিম এছিয়াত সংঘাত বৃদ্ধি পাইছে। আমেৰিকা আৰু ইজৰাইলে প্ৰতিটো মুহূৰ্ততে আক্ৰমণ চলাই আছে। এই পৰিস্থিতিত তেহৰানে প্ৰতিশোধৰ বাবে আমেৰিকাৰ মাটিত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এইদৰে কেলিফৰ্ণিয়া প্ৰশাসনক সকীয়াই দিছে এফ বি আইয়ে।

বাতৰি অনুসৰি, এটা সতৰ্কবাণীত এফ বি আইয়ে কৈছে যে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে (সেই সময়ত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত যৌথ আক্ৰমণ চলোৱা নাছিল) তেহৰানে আমেৰিকাৰ মাটিত হঠাৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল। বিশেষকৈ কেলিফৰ্ণিয়াৰ পশ্চিম উপকূল মধ্যপ্ৰাচ্যৰ দেশখনৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে। এফ বি আইৰ বিষয়াসকল চিন্তিত কাৰণ তেওঁলোকৰ হাতত ইৰাণৰ সম্ভাৱ্য আক্ৰমণৰ বিষয়ে বিতং তথ্য নাই।

Apply Now

প্ৰসংগক্ৰমে ক’বলৈ গ’লে আমেৰিকা আৰু ইজৰাইলৰ অবিৰত আক্ৰমণৰ পিছতো ইৰাণ পিছুৱাই যাবলৈ ইচ্ছুক নহয়। ‘বিশ্বৰ ইন্ধনৰ জীৱনৰেখা’ হৰমুজ প্ৰণালী, মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশ আৰু ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে। ইৰাকৰ বাণিজ্যিক বন্দৰ আল-এফত তেহৰানে এখন তেল টেংকাৰ আক্ৰমণ কৰে। ইয়াৰ উপৰিও কুৱেইট, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহী আৰু চৌদি আৰবে নিজৰ দেশত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ ৰোধ কৰা বুলি উল্লেখ কৰিছে।

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে সংঘাতৰ মাজতে শান্তি ঘূৰাই অনাৰ বাবে তিনিটা চৰ্ত দিছে। সেইবোৰ হ’ল ১) তেহৰাণৰ অধিকাৰক সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া, ২) যুদ্ধৰ ক্ষতিপূৰণ দিয়া আৰু ৩) ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা নিশ্চয়তা দিয়া যে ভৱিষ্যতে কোনো আগ্ৰাসন নহ’ব।

শেহতীয়া খবৰ মতে, ইৰাণৰ বন্দৰত আমেৰিকাৰ এটা কোম্পানীৰ দুখন তেল টেংকাৰত আক্ৰমণ চলাইছে ইৰাণে। এই ঘটনাত এজন লোকৰ মৃত্যু হৈছে। ইৰাণে হৰমুজ প্ৰণালীতো কেইবাখনো জাহাজত আক্ৰমণ চলাইছে বুলি জানিব পৰা গৈছে। ইৰাণৰ আক্ৰমণত ছৌদি আৰৱৰ এখন তেল টেংকাৰত জুই লাগিছে বুলি দাবী কৰা হৈছে।

বিশেষজ্ঞসকলে দাবী কৰিছে যে ইৰাণে একাধিক আক্ৰমণেৰে হৰমুজক অৱৰুদ্ধ কৰাৰ কৌশল গ্ৰহণ কৰিছে। ইয়াৰ ফলত আমেৰিকা আৰু ইজৰাইলৰ ওপৰত যুদ্ধৰ অন্ত পেলাবলৈ হেঁচা বৃদ্ধি পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd