• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভূতপূৰ্ব! মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে জাননী লৈ সাজু ১৯৩ জন বিৰোধী সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2026 8:37 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংসদীয় ইতিহাসত এইটো সম্ভৱতঃ প্ৰথমবাৰৰ বাবে ঘটিছে। বিৰোধী ‘INDIA’ মিত্ৰজোঁটে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে ৰাষ্ট্ৰপতিলৈ জাননী প্ৰেৰণৰ প্ৰস্তুতি চূড়ান্ত কৰিছে।

বাতৰি অনুসৰি, লোকসভা আৰু ৰাজ্যসভাকে ধৰি বিৰোধী শিবিৰৰ মুঠ ১৯৩জন সাংসদে এই অপসাৰণৰ দাবীত অনা দুখন জাননীত স্বাক্ষৰ কৰিছে। যদি সকলো ঠিকে থাকে তেন্তে শুকুৰবাৰে সংসদৰ অন্ততঃ এখন সদনত এই জাননী দাখিল কৰিব পাৰে।

Apply Now

ভাৰতৰ নিৰ্বাচন আয়োগৰ ইতিহাসত কেতিয়াও কোনো মুখ্য নিৰ্বাচনী আয়ুক্তক অপসাৰণৰ বাবে সংসদত আনুষ্ঠানিক জাননী দিয়া হোৱা নাই। ফলত বিৰোধীৰ এই পদক্ষেপক ৰাজনৈতিক মহলে অতি তাৎপৰ্যপূৰ্ণ আৰু অভূতপূৰ্ব বুলি গণ্য কৰে।

সূত্ৰ অনুসৰি ১৩০ জন লোকসভা আৰু ৬৩ জন ৰাজ্যসভাৰ সাংসদে এই জাননীত স্বাক্ষৰ কৰিছে। অৱশ্যে শুকুৰবাৰে কোনটো সদনত এই জাননী প্ৰথমে দাখিল কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

সংবিধান আৰু সংসদৰ নিয়ম অনুসৰি মুখ্য নিৰ্বাচনী আয়ুক্তক অপসাৰণৰ জাননীত লোকসভাৰ কমেও ১০০জন সাংসদৰ স্বাক্ষৰ প্ৰয়োজন হয়। আনহাতে ৰাজ্যসভাত এই সংখ্যা ৫০। ইতিমধ্যে বিৰোধীয়ে এই প্ৰয়োজনীয় সংখ্যাতকৈ বহু বেছি সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰিছে।

সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত বিৰোধী দলৰ এগৰাকী সাংসদে কয় যে, “জাননীখনত স্বাক্ষৰ কৰাৰ বাবে সাংসদসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। বৃহস্পতিবাৰেও কেইবাজনো সাংসদ স্বাক্ষৰ কৰিবলৈ আগবাঢ়ি আহিছিল যদিও তেতিয়ালৈকে প্ৰয়োজনীয় সংখ্যা পাৰ হৈ গৈছিল।”

সংসদত এই জাননী দাখিল কৰাৰ পিছত যদি এই জাননী গ্ৰহণ কৰা হয়, তেন্তে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰেই মুখ্য নিৰ্বাচনী আয়ুক্তক অপসাৰণ বা ইমপিচমেন্টৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মুখ্য নিৰ্বাচনী আয়ুক্তক পদৰ পৰা অপসাৰণ কৰিবলৈ সংসদৰ দুয়োটা সদনত উপস্থিত আৰু ভোটদান কৰা সদস্যৰ দুই তৃতীয়াংশ আৰু সংসদৰ মুঠ শক্তিৰ আধাতকৈ অধিক সমৰ্থনৰ প্ৰয়োজন।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, লোকসভা নিৰ্বাচনৰ পিছৰে পৰা নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধীয়ে সৰৱ হৈ পৰিছে। বিৰোধীয়ে ভোটাৰ তালিকাত বিভিন্ন অমিলৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও জ্ঞানেশ কুমাৰে কোনো কথা শুনা নাই। SIR সম্পৰ্কীয় বিভিন্ন বিষয়ত বিৰোধীৰ সৈতে তেওঁৰ মতানৈক্য বাঢ়ি গৈছিল।

এই অপসাৰণৰ জাননী আৰু ইয়াৰ ওপৰত বিৰোধীয়ে ব্যাপক স্বাক্ষৰ কৰাটোৱে সেই সংঘাতক চৰম পৰ্যায়লৈ লৈ গৈছে। শুকুৰবাৰৰ পৰা সংসদৰ অধিৱেশন আৰম্ভ হ’লে এই বিষয়ত তীব্ৰ হুলস্থুল হ’ব পাৰে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে আশংকা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd