• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : আজি তিনিচুকীয়াত জনগোষ্ঠীয় ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2018 7:49 am
STStatus
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতিকৰণৰ দাবী কৰি থকা অসমৰ ছটা জনগোষ্ঠীৰ প্ৰতিনিধিত্বমূলক মঞ্চ ‘জনগোষ্ঠীয় ঐক্য মঞ্চ’ৰ আজি গুৰুত্বপূৰ্ণ কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত হ’ব। অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ লুটি-বাগৰ মাৰি থকা কথাটো আলোচনা কৰিবলৈ আৰু এই বিষয়টোত পৰৱৰ্তী কাৰ্য্যব্যৱস্থা ল’বলৈ আজিৰ এই বৈঠক আহ্বান কৰা হৈছে।

এই কথা সাংবাদিকক জানিবলৈ দিছে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চৰ আহ্বায়ক তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে। এই বৈঠকখন তিনিচুকীয়াৰ হোটেল কিৰণ ৰেছিডেন্সিত দিনৰ ২ বজাত অনুষ্ঠিত হ’ব। মৰাণে জনোৱা মতে, উক্ত সভাতে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব।

Apply Now

উল্লেখযোগ্য যে জনজাতিকৰণৰ দাবী কৰি থকা অসমৰ ছটা জনগোষ্ঠীৰ প্ৰতিনিধিক নিৰ্বাচনৰ সময়ত প্ৰলোভন-প্ৰতিশ্ৰুতি দি পিছত লুটি-বাগৰ মাৰি থকা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ চৰকাৰৰ প্ৰতি ৰুষ্ট হৈ আছে জনগোষ্ঠীকেইটাৰ দল-সংগঠনবোৰ।

মন কৰিব লগীয়া যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও কাৰ্যক্ষেত্ৰত কোনো অগ্ৰগতি নাই।

অৰুণজ্যোতি মৰাণে বিষয়টোৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে অসমত নিৰ্বাচনৰ ঠিক আগে আগে ২০১৬ চনৰ ২৮ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে তিনি মাহৰ সময় লৈ মডেলিটি কমিটী গঠন কৰিলে।

যিখন সভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, সেই সময়ৰ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী তথা বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতৰ মহাপঞ্জীয়ক, অসমৰ পৰা প্ৰতিনিধিত্ব কৰা বিজেপিৰ আটাইকেইগৰাকী সাংসদকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰ, জনজাতি পৰিক্ৰমা দপ্তৰ, ৰাষ্ট্ৰীয় জনজাতি আয়োগ আদিৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত আছিল।

কিন্তু আজি দুবছৰৰ বেছি সময় পাৰ হৈ গ’ল যদিও আজি পৰ্যন্ত কমিটীখনে প্ৰতিবেদনেই দাখিল নকৰিলে। বৰং বাৰে বাৰে সময়সীমা বৃদ্ধি কৰি আছে।

অৰুণজ্যোতি মৰাণে দল আৰু চৰকাৰক প্ৰতাৰক আখ্যা দি কয় যে চৰকাৰখনে প্ৰকৃত ভাৰতীয় মানুহৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাক চাৰি অসমত বিদেশীক সংস্থাপনৰ লগতে নাগৰিকত্ব দি গোটেই অসমখনকে বিদেশীৰ ওচৰত গতাই দিবলৈ দেশৰ আইন সলনি কৰিবলৈ খৰখেদা লগাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd