• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৱানীপুৰ-সৰভোগ আৰু গোৰেশ্বৰত চি পি আই (এম)ৰ প্ৰাৰ্থী ঘোষণাঃ নিৰ্বাচনৰ ৰণকৌশল চিপিআই(এম)-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 3:11 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক তৎপৰতা। ৰাজ্যৰ শাসনত থকা বিজেপি নেতৃত্বাধীন মৰ্চাক শাসনৰ পৰা ওফৰাই এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ গঠনৰ লক্ষ্যৰে চি পি আই (এম)-এ আজি দুটা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিৰোধী ঐক্য আৰু আসন বুজাবুজিৰ অংশ হিচাপে দলটোৱে ২১ নং ভৱানীপুৰ-সৰভোগ আৰু ৪৪ নং গোৰেশ্বৰ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে।

ভৱানীপুৰ-সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বৰ্তমানৰ বিধায়ক তথা জ্যেষ্ঠ কমিউনিষ্ট নেতা মনোৰঞ্জন তালুকদাৰ। আনহাতে গোৰেশ্বৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্ত্তীণ হ’ব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা দলীয় নেতা বাপু ৰাম বড়ো।

Apply Now

চিপিআই(এম)-ৰ অসম ৰাজ্যিক কমিটিয়ে জনোৱা অনুসৰি, বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ ধৰ্মনিৰপেক্ষ দলসমূহৰ একত্ৰিত হোৱাটো জৰুৰী। এই লক্ষ্য আগত ৰাখিয়েই ইতিমধ্যে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, এপিএইচএলচি আৰু চি পি আই (এম-এল)-ৰ সৈতে আসন বুজাবুজিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে।

দলটোৰ ৰাজ্যিক কমিটিয়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে অসমত গণতন্ত্ৰ ৰক্ষা আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিবলৈ এই বিৰোধী মিত্ৰতা অপৰিহাৰ্য। সমষ্টি দুটাৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনীত হোৱা এই দুই নেতাক বিপুল ভোটত জয়ী কৰাই বিধানসভালৈ পঠিয়াবলৈ দলটোৱে সৰ্বসাধাৰণ ৰাইজ তথা ভোটাৰসকলৰ প্ৰতি আহ্বান জনাইছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বিৰোধীৰ এই আসন বুজাবুজি আৰু প্ৰাৰ্থী ঘোষণাই নিৰ্বাচনী যুঁজখনক অধিক তীব্ৰতৰ কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd