• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাটনিৰ খৱৰৰ মাজতে গুৱাহাটীত ইন্ধনৰ আতংক; নিশালৈকে পেট্ৰ’ল পাম্পত তেল বিচাৰি হাহাকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2026 10:40 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংকটৰ সাক্ষী হোৱাৰ পিছত এতিয়া কৰদাতাসকলে সম্ভাৱ্য ইন্ধনৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া হৈছে। কিন্তু এয়া প্ৰকৃততে নাটনি নে উৰাবাতৰিৰ ফলত হোৱা আতংক সেয়া স্পষ্ট হোৱা নাই।

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ বিয়পিছে যে বহু তেল ডিপোত তেল হ্ৰাস পাইছে। এয়া কৃত্ৰিম সংকট নে আগন্তুক দিনৰ ইংগিত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই পৰিস্থিতিয়ে মানুহৰ মাজত ক্ৰয়ৰ বাবে এক প্ৰকাৰৰ আতংকৰ সৃষ্টি হৈছে। ইয়াৰ ফলত গড় ব্যৱসায়তকৈ কমেও ৩০ শতাংশ বেছি ইন্ধন বিক্ৰী হৈছে।

Apply Now

বুধবাৰে নিশা কেইবাগৰাকীও স্কুটাৰ আৰোহীয়ে পেট্ৰ’ল পাম্পত তেল বিচাৰি নোপোৱাৰ কথা জানিবলৈ দিয়ে। আনকি এগৰাকী দোকানীয়ে নিশা প্ৰায় ১০ বজাত কয় যে বহুকেইটা পেট্ৰ’ল পাম্পত তেল নাপালো, নাই বুলি কৈছে, এতিয়া ঘৰলৈ খোজকাঢ়িয়েই যাব লাগিব। তেওঁ ক’লে যে তেওঁ প্ৰায় ৭ কিলোমিটাৰ খোজ কাঢ়িব লাগিব।

মহানগৰীৰ দুটামান তেল ডিপোত আনকি ‘নো পেট্ৰ’ল’ প্লেকাৰ্ড লগোৱা হৈছে। নাটনিৰ খবৰত হঠাতে চাহিদা বৃদ্ধি পাইছে আৰু মানুহে বাহনৰ টেংকি ভৰাবলৈ লৰাঢপৰা কৰিছে।

মহানগৰ প্ৰশাসনে বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছতে নাটনিৰ প্ৰকৃত ছবিখন উদ্ধাৰৰ বাবে কামত লাগিছে। অতি সোনকালে তেওঁলোকে জনতাক এই বিষয়ে অৱগত কৰিব বুলি আশা কৰা হৈছে।

ইণ্ডিয়ান অইল ডিপোৰ এজন কৰ্মচাৰীয়ে জনায় যে তেওঁলোকে দিনটো গ্ৰাহকৰ বিশাল ভিৰৰ সাক্ষী হৈছে। অৱশ্যে যদিও হঠাতে বিক্ৰী বৃদ্ধি পাইছে, তথাপিও তেওঁলোকে ৰিফিলিঙৰ কোটা আহি পোৱালৈ অপেক্ষা কৰি আছে। আজি টেংকাৰখন নাহিলে কাইলৈৰ ভিতৰত তেওঁলোকে বৰ্তমানৰ ষ্টক শেষ কৰি দিব।

মহানগৰীৰ এন এটা ডিপোৰ মেনেজাৰে কয় যে এই আতংক সম্পূৰ্ণ ভিত্তিহীন নহয়। তেওঁ কয় যে এয়া নহয় যে যোগানৰ তীব্ৰ নাটনি হৈছে। তথাপি যোৱা এসপ্তাহমানৰ পৰা তেওঁলোকে আগতে পোৱা ইন্ধনৰ পৰিমাণ পোৱা নাই। ইয়াৰ উপৰিও কোম্পানীসমূহে আগতীয়াকৈ ধন বিচাৰিছে, যিটো আগতে নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

August 6, 2026 11:40 am
ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am
অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

August 6, 2026 11:40 am
ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd